Skip to playerSkip to main content
  • 2 days ago
নলবাৰী : বুধবাৰে নলবাৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায় । ছমিৰ আলী নামৰ ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় নলবাৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে ৷ ঘটনা অনুসৰি, ২০২৪ চনৰ এপ্ৰিল মাহত নলবাৰীৰ ধমধমাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল ছমিৰ আলী নামৰ লম্পটোৱে ৷ লগতে অপৰাধী ছমিৰ আলীয়ে নাবালিকা গৰাকীক বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল ৷কিন্তু ধৰ্ষণ কৰা দুমাহ পাছতে নাবালিকা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অৱনমিত হোৱাত পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৷ তেতিয়া পোহৰলৈ আহিছিল যে, কিশোৰীগৰাকী দুমাহৰ অন্তঃসত্বা ৷ তাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে ধমধমা আৰক্ষী চকীত প্ৰথমে অভিযোগ দাখিল কৰে ৷ ধমধমা আৰক্ষীয়ে ঘগ্ৰাপাৰ থানালৈ ৰেফাৰ কৰাত ঘগ্ৰাপাৰ থানা ৬৬/২৪ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ / POSCO ধাৰাত ৰুজু হৈছিল গোচৰ ।সেই গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অপৰাধী ছমিৰক ৷ অৱশেষত সেই গোচৰৰ সন্দৰ্ভত নলবাৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত চলা গোচৰ আৰু ১১ গৰাকী লোকৰ সাক্ষ্য প্ৰমাণৰ ভিত্তিত বুধবাৰে নলবাৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে অপৰাধী ছমিৰ আলীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহে ৷লগতে পঢ়ক:মৰিগাঁৱত ডেংগুৰ প্ৰাদূৰ্ভাব, চিকিৎসাধীন অৱস্থাতে ডেংগুৰোগীৰ মৃত্যু

Category

🗞
News
Transcript
00:00ཅོངས ཅན ཈྽ས མགས ཇ྽ས ཅོའར ཈ ཉས
00:02it will be 502 to 506 to 506 to 506 to 506 to 506 the
00:29...
00:32...
00:32...
00:33...
00:33...
00:39foreign
00:40foreign
00:42foreign
00:42foreign
00:42I was not sure what the crime was.
00:44He was a victim of a suicide victim.
00:49But the victim was a victim of two years.
00:54He didn't have to learn the PHD.
00:58He was a victim of two people.
01:03and
01:07the doctor
01:08the
01:09police
01:12and
01:23the
01:24police
01:55Thank you very much.
02:02foreign
02:03foreign
02:06The same thing is that the IPC is 506.
02:10The IPC is 506.
02:10The IPC is 506.
02:12The IPC is 506.
02:22The IPC is 506.
02:34The IPC is crushed with 1%,
02:37The IPC is 506.
02:47The IPC is 506.
02:56થારજઋ ગોડે , આરું , ફાઇનતું અનાદામાય હલે
02:59એક બોસોરર આકો જેલ થારજો ગોડે
Comments

Recommended