Skip to playerSkip to main content
  • 1 week ago
যোৰহাট: ৰাজ্যত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বৰ্তমানেও সুকলমে চলি আছে ৷ দিনৰ ১ বজা পৰ্যন্ত ৰাজ্যত ৫৯.৬৩ শতাংশ ভোটদান হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ভোটকেন্দ্ৰলৈ আহিছে ভোটাৰ ৷ ২৬০ নং যোৰহাট গড়মূৰ দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত তাছাই কয়, "এইবাৰ ৯০খনৰো অধিক আসন লাভ কৰি এনডিএই চৰকাৰ গঠন কৰিব । লগতে উজনি অসমতো বিজেপিৰ ফলাফল ভাল হ'ব, কাৰণ উজনি অসমক সুৰক্ষা দিছে বিজেপিয়ে ।" ইফালে গৌৰৱ গগৈ প্ৰসংগত তেওঁ কয় যে, সাংসদ হৈয়ো তেওঁ বিধায়ক হ'বলৈ মন মেলিছে, সেয়া সকলোৱে বেয়া পাইছে, এয়া মোৰ কথা নহয়, এয়া ৰাইজৰ কথা বুলিও উল্লেখ কৰে ৷লগতে পঢ়ক: গুৱাহাটী মহানগৰত ভোটাৰৰ মাজত উছাহ, ১০ লাখ ভোটাৰে নিৰ্ণয় কৰিব ২৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Category

🗞
News
Transcript
00:18This city is a country where people are going.
00:20We are going to the next area.
00:23We are going to the next area.
00:26We are going to the next area.
00:55What do you think about this?
00:56you
00:57cannot
01:02I
01:04do
01:04I
01:05I
01:06I
01:08I
01:10I
01:10I
01:11I
01:11I
01:11I
01:33Thank you very much.
Comments

Recommended