Skip to playerSkip to main content
  • 1 week ago
ডিব্ৰুগড়: বুধবাৰে সন্ধিয়াৰ ভাগত মৰাণৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মৰাণৰ ঝলমত এখন যাত্ৰীবাহী টাটা মেজিক বাহনে এখন মালবাহী ট্ৰাকত খুন্দা মাৰে ৷ ফলত শিশু-মহিলাসহ পাঁচগৰাকী যাত্ৰী আহত হয় । জানিব পৰা মতে AS 04 CC 1872 নম্বৰৰ যাত্ৰীবাহী টাটা মেজিক বাহনখনে ধেমাজিৰ চিলাপথাৰৰ পৰা ডিমৌৰ দিশে গৈ আছিল ৷সেই সময়তে একে দিশেৰে গৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে যাত্ৰী কঢ়িয়াই নিয়া বাহনখনে ৷ ফলত চালকসহ পাঁচগৰাকী লোক আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে ভিতৰত গুৰুতৰভাৱে আহত টাটা মেজিকখনৰ চালক জিণ্টু মহন, যাত্ৰী জেতুকী দাস, বসন্ত দাস আৰু আইমণি দাসক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ঘটনাক লৈ মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ৰ চিকিৎসকে কয়, "মৰাণৰ ঝলমত দুখন গাড়ীৰ মাজত এই ঘটনাটো সংঘটিত হয় । ফলত টাটা মেজিকখনৰ চালক জিণ্টু মহনৰ অৱস্থা অতি শোচনীয় । তেওঁ সুৰাপান কৰি থকা যেন লাগিছে । গুৰুতৰভাবে আহত চাৰিগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে ।"লগতে পঢ়ক:হাতীৰ শুৰ কাটি নিয়া ছেলভেচন ধৰা পৰিল

Category

🗞
News
Transcript
00:00I was lucky I was in a car accident, I was in a car accident.
00:05I was driving the car accident and I was driving the car accident.
00:10I had to go to the car accident and examine my car accident.
00:17I was looking for alcohol influence and I was looking for other drugs.
00:26The government is also pricey, but the volume is limited.
00:29The second increase is low rate, but how many people don't have to pay a tax rate?
00:36We have 5 people from hotel, so we have to pay an extra fee to pay a tax rate.
00:53I have a problem with the virus.
00:58It is a problem with the virus.
01:00You can't find it to be a medical condition.
01:05I have to find it to be a medical condition.
01:08What do you do with the hospital?
01:12I do have to find it to be a hospital.
01:14I do have to find it to be a hospital.
01:17You have to find it?
01:18Yes, I do have to find it.
01:20Do you have to find it?
01:22I have been doing this for 12 years.
01:26I have been doing this for a while.
01:29I have been doing this for a while.
01:31What do you mean?
01:32I don't think it's a good thing.
01:34If I have been doing this for a while,
01:36I have been doing this for a while.
Comments

Recommended