Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
Follow
2 days ago
শ্ৰীভূমি: শুকুৰবাৰে দেশজুৰি উদযাপন কৰা হয় 'বন্দে মাতৰম'ৰ ডেৰশ বছৰ পূৰ্তি অনুষ্ঠান । নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত পুৱা ৯.৩০ বজাত 'বন্দে মাতৰম' গীতটোৰ ডেৰশ বছৰীয়া জয়ন্তী বছৰজোৰা উদযাপনৰ শুভাৰম্ভণি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । এই উপলক্ষে তেওঁ এটি স্মাৰক ডাকটিকট আৰু মুদ্রাও মুকলি কৰে ।এই উপলক্ষে দেশৰ অন্যান্য প্রান্তৰ লগতে অসম তথা শ্রীভূমি জিলাতো বিভিন্ন কার্যসূচী আয়োজন কৰা হয় । জিলা প্রশাসনৰ উদ্যোগত জিলা আয়ুক্ত কার্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পাল ।অনুষ্ঠানত জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদী, জিলা বিজেপি সভাপতি সঞ্জীৱ বণিক, প্রাক্তন সভাপতি সুব্রত ভট্টাচার্যসহ অন্যান্যসকলৰ উপস্থিতিত প্রধানমন্ত্রীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ কৰা হয় । লগতে সকলোৱে সমস্বৰে বন্দে মাতৰম গীতটি পৰিবেশন কৰে । লগতে নিদৰ বক্তব্যত বন্দে মাতৰম গীতটো প্ৰসংগত বিভিন্ন বিষয় দাঙি ধৰে মন্ত্রী কৃষ্ণেন্দু পালে ।লগতে পঢ়ক :'বন্দে মাতৰম'ৰ ১৫০ বছৰ; সম্পূৰ্ণভাৱে পৰিবেশন কৰিলে সমস্বৰে
Category
🗞
News
Transcript
Display full video transcript
00:00
For more information visit www.fema.org
Be the first to comment
Add your comment
Recommended
14:12
|
Up next
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
6 months ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
10 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
1 week ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
10 months ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
7 months ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
10 months ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
10 months ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
10 months ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
3 months ago
3:13
আজি বড়োলেণ্ড বেআইনী অস্ত্ৰৰ পৰা মুক্ত : প্ৰমোদ বড়ো
ETVBHARAT
3 months ago
3:15
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
ETVBHARAT
2 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
10 months ago
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
10 months ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
7 months ago
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
10 months ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
6 months ago
3:34
হোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা
ETVBHARAT
3 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
3 months ago
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
10 months ago
1:28
প্ৰথমে কাজিয়া আৰু তাৰ পিচত লাঠিৰে কোবাই হত্য়া কৰিলে জ্য়েষ্ঠ ভাতৃয়ে
ETVBHARAT
3 months ago
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
10 months ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
10 months ago
7:18
झारखंड के 25 साल: नक्सलियों के गढ़ में पहली बार हिंसा मुक्त चुनाव, IPS रीष्मा रमेशन ने दिखाई बहादुरी
ETVBHARAT
8 minutes ago
3:54
विश्व उर्दू दिवस 2025; लखनऊ की सरजमीं से फैला अल्फाजों का जादू, यहीं पाया अपना रंग और अंदाज
ETVBHARAT
9 minutes ago
3:09
राहुल गांधी बने मार्शल आर्ट गुरु, जिलाध्यक्षों को सिखाए किक, बोले-मोहब्बत से करो वार
ETVBHARAT
22 minutes ago
Be the first to comment