Skip to playerSkip to main content
  • 2 hours ago
লখিমপুৰ : ৰাজ্যত পুনৰ একাংশ লোকৰ চিকাৰৰ বলি হৈছে বনৰীয়া পক্ষী ৷ সোমবাৰে লখিমপুৰত ৰাইজে পক্ষী হত্যাকাৰী দুই যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সোমবাৰে সন্ধিয়াৰ ভাগত লখিমপুৰ নগৰৰ সমীপৰ কলা বিলত চাৰি পাষণ্ড জাল পাতি বক, বগলী, ডাউক, মণিহৰি,কণামুচৰি আদি কেইবাটাও দুষ্প্রাপ্য প্ৰজাতিৰ ২৪ টা পক্ষী হত্যা কৰি বস্তাত ভৰাই লৈ গৈ আছিল । তেনে পাষণ্ড কেইটাৰ কু-কৰ্মৰ বিষয়ে জানিব পাৰি স্থানীয় একাংশ সচেতন লোকে দুই যুকক কৰায়ত্ত কৰে । চাৰি যুৱকৰ ভিতৰত দুজন পলাই সাৰে যদি কৰায়ত্ত কৰা দুই যুৱকক ৰাইজে আৰক্ষী আৰু বনবিভাগক গতাই দিয়ে ।ধৃত যুৱক দ্বয় লখিমপুৰৰ চমৰা ওৰাং আৰু সুৰজ ওৰাং বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে পক্ষী হত্যাকাৰী দুই যুৱকক জেললৈ প্ৰেৰণ কৰে । উল্লেখ্য, বৰষুণৰ বতৰত নৈ-বিল, পথাৰ পানীৰে উপচি পৰাৰ বাবে বন্য বিহংগই মুক্ত মনে জলকেলি কৰে । তাৰেই সুযোগ লৈ এচাম পাষণ্ডই পক্ষী হত্যা কৰি আনন্দ লাভ কৰে ।লগতে পঢ়ক:আমি ছাত্ৰ-ছাত্ৰীৰ সাৰথী হিচাপে থিয় দিম: আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Category

🗞
News
Transcript
00:00My wife and I are here for the child's children and children.
00:07My wife has been taking care of her children and I love her children.
00:19So, I'm going to go through the right of the rules of the law, and I'm going to go through
00:39the rules of the law.
00:49Is that what we've done with?
00:50What about friends of the night?
00:51Money.
00:51Good money.
Comments

Recommended