Skip to playerSkip to main content
  • 2 weeks ago
তিনিচুকীয়া: ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ অংগৰ অবৈধ বেহা ৷ বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰিল মানৱ অংগ সৰবৰাহকাৰী চক্ৰ । ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযানত মাৰ্ঘেৰিটাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে মানৱ অংগৰ অবৈধ বেহাৰ সৈতে জড়িত চাৰিজন লোকক । জাকিৰ হুছেইন (৫৩), শংকৰ চেন্তনু(২৮), সমিৰ পল(৩৭) আৰু গোপাল ৰয় (৩১) নামৰ চাৰি অপৰাধীক আটক কৰে আৰক্ষীয়ে ৷অভিযোগ অনুসৰি, মাৰ্ঘেৰিটাৰ ৰাজীৱ দে' নামৰ এজন ব্যক্তিক কামৰ প্ৰলোভনেৰে লৈ গৈছিল চাৰি অপৰাধীয়ে ৷ এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে কয়,"কামৰ প্ৰলোভনেৰে ৰাজীৱক লৈ গৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ধনৰ প্ৰলোভনেৰে বৃক্ক বিক্ৰী কৰিবলৈ চাৰি অপৰাধীয়ে হেঁচা প্ৰয়োগ কৰিছিল ৰাজীৱক ৷ সেয়ে আমি আৰক্ষীৰ কাষ চাপিলো ৷ আমাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৪ অভিযুক্তক আটক কৰে ৷"উল্লেখ্য যে, দাৰিদ্ৰতাৰ সুযোগ লৈ মানুহৰ জীৱনক লৈ হেতালি খেলা এই দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।লগতে পঢ়ক:এটা অভিযোগৰ পৰা মুক্ত হ'ল অগপ: ষাঠি শতাংশ নতুন মুখেৰে এইবাৰ বিধানসভা গৰকিব অগপই

Category

🗞
News
Transcript
00:00I am so happy I came to join this community.
00:07I got married to a couple of people.
00:10I was already getting married here.
00:12I was working with people.
00:15I'm a home, who has sent me back to the garden.
00:19I've got married and what a farm I told him.
00:25It was other than a farm.
00:26I'm his first hand on it because I was not struggling to make sure everything happened.
00:33It was a number of letters that I signed up for the phone.
00:37And so, that was the number of letters I signed up for.
00:42They signed up for my letter so I got a phone call.
00:45We went there and said we are not here,
00:47we are just trying to keep our letters from an email.
00:52And so now I have to check the card.
00:54In 2000, it was a good day.
00:58Where did you go?
00:59Probably where did you go?
01:02I really didn't have to go.
01:05Where did you go?
01:06I have to go to the store.
01:08To go to the store, I can't go.
Comments

Recommended