Skip to playerSkip to main content
  • 2 hours ago
সৰুপথাৰ: শনিবাৰে বিয়লি অহা এজাক ধুমুহা আৰু বৰষুণে সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ পাভজান গাঁৱত তাণ্ডৱলীলা সৃষ্টি কৰে । ধুমুহাৰ ফলত নিমিষতে তচনচ হৈ গ'ল এটি সপোনৰ ঘৰ । বৰপথাৰৰ পাভজান গাঁৱৰ যতীন দত্ত নামৰ লোকজনৰ বাসগৃহ ওপৰত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰে বাসগৃহ । ঘৰটোৰ ভিতৰত থকা কোনো সামগ্ৰী বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ঘৰটোৰ ভিতৰত এখন স্কুটিৰ লগতে বহু মূল্যৱান সামগ্ৰী আছিল ।গৃহস্থ যতীন দত্তই এই কৰি কয়, "মই দোকানৰ পৰা আহি প্ৰথমতে চাইকেলখন ৰাখি ঘৰলৈ সোমাই যাওঁতেই বতাহত গছ ভঙা শব্দ শুনি লৰালৰিকৈ আঁতৰি আহিলোঁ আৰু সেই সময়ত ঘৰৰ বাকীসকল ক’ত আছে আৰু সেইটো ক’বলৈ মোৰ ধৈৰ্যই নাই । ঘৰত মোৰ সৰু ছোৱালীজনী আছিলে আৰু মাক আছিলে । দুখ নাই পোৱা, কিন্তু বস্তু সকলো শেষ হৈ গ’ল ।"স্থানীয় এজনে কয়, "বিয়লিৰ সময়ত এজাক ধুমুহাই গছজোপা আধাতে ভাঙি গৈছে । ঘৰটোৰ ভিতৰত বহুখিনি বস্তু আছে স্কুটিৰ পৰা ধৰি ডাইনিং টেবুল, বিচনা সকলোখিনি তলত আছে এতিয়া । এতিয়া এইখিনি আঁতৰাই থকা হৈছে । চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে তেখেতে কিবা এটা উপায়ে সহায় আগবঢ়ায় তেখেতলৈ ।"লগতে পঢ়ক: মানুহৰ মনৰ ভিতৰখন জ্বলি পুৰি আছে: ৰঙালী উৎসৱৰ মাজতে কিয় ক'লে অভিনেতা অৰুণ হাজৰিকাই ?নিশাৰ পৰা শাৰী পাতিও নাপালে এটা চিলিণ্ডাৰ: নলবাৰীত বিতৰকৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰাহকৰ

Category

🗞
News
Transcript
00:00I have had to put the doctor at a time.
00:08It's hard to get a lot out of my home.
00:12So I was never old.
00:18I lived a lot out of the day and gone.
00:25I will be able to get a lot out of the day here.
00:28Do that already?
00:34I was born since myант every then.
00:45I've gone as for threebritacks and every one of the fittest.
00:51Where are the few going on at night?
00:52I will not tell my person who is in the morning.
00:57This is not a problem for me.
01:00For example, I was having a quarry for the night.
01:04I would have having a house in the night-room.
01:07How long were I was having home.
01:13Yes, I would have had a house in the morning.
01:16I was having a car and I would have had a car.
01:21Thank you for listening.
01:49First of all, those lights came out about some people in the village.
01:56As you can see, we all have some whistles, and we need to make a lot of them.
02:01We're told about the others.
02:29What do you think?
Comments

Recommended