Skip to playerSkip to main content
  • 8 hours ago
জোনাই : শুকুৰবাৰে জোনাইৰ বনবিভাগে পৃথক পৃথক অঞ্চলৰ পৰা দুডাল সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱাই বিজয়পুৰ গাঁও আৰু জোনাই আৰক্ষী থানাৰ চৌহদৰ পৰা সাপ উদ্ধাৰ কৰে বনবিভাগৰ কৰ্মচাৰীসকলে ৷ পৰৱৰ্তী সময়ত বনকৰ্মীয়ে নিৰাপদে পবা বনাঞ্চলৰ লেকু বীটখণ্ডত মুকলি কৰি দিয়ে উদ্ধাৰ কৰা দুয়োডাল সাপ ।বনবিভাগৰ বিষয়াই কয়,"বাৰিষাৰ সময়ত সচৰাচৰ সাপৰ বিচৰণ বৃদ্ধি পায় আৰু খাদ্যৰ সন্ধানত বা আশ্ৰয় বিচাৰি বহু সময়ত জনবসতি অঞ্চলতো প্ৰৱেশ কৰে । এনে পৰিস্থিতিত সাপ দেখিলে ৰাইজ আতংকিত নোহোৱাকৈ সংযম অৱলম্বন কৰি জোনাই বন বিভাগক অৱগত কৰিব ৷ লগতে সাপ দেখাৰ লগে লগে কোনো ধৰণৰ ক্ষতি নকৰি সাপসমূহক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি প্ৰাকৃতিক বাসস্থানত এৰি দিয়াত সহযোগ কৰিব ৷"লগতে পঢ়ক:অসমত বন্ধ হৈ পৰিব আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া? কি ক'লে মুখ্য়মন্ত্ৰীয়ে

Category

🗞
News
Transcript
00:00we have to talk about how to have a more
00:02a
00:03a
00:04a
00:04a
00:05a
00:05a
00:07a
00:09a
00:09a
00:15a
00:15a
00:15a
00:16a
00:16a
00:19a
00:19a
00:20a
00:21a
00:21a
00:21a
00:21a
00:21a
00:30a
00:32a
00:32a
00:32a
00:32a
00:33a
00:33a
00:37a
00:38a
00:38a
00:38a
00:39a
00:42a
00:43a
00:47a
01:02a
01:02a
01:03a
01:03a
01:03a
01:04a
01:04a
01:05a
01:05a
01:16a
01:17a
01:17a
01:17a
01:18a
01:18a
01:21a
01:22a
01:22a
01:22a
01:23a
01:23a
01:52a
01:57a
01:58a
01:59a
01:59a
01:59a
02:00a
02:00a
02:00a
02:02a
02:03a
02:05a
02:05a
02:06a
02:06a
02:06a
02:12a
02:13a
02:15a
02:15a
02:15a
02:16a
Comments

Recommended