Skip to playerSkip to main content
  • 3 months ago
মৰিগাঁও : কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলত সফলতা লাভ কৰিবলৈ সক্ষম হ'ল মৰিগাঁৱৰ তন্ময় নাথে । সদস্য ঘোষিত অসম লোকসেৱা আয়োগৰ অধীনত আয়োজিত জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা পদৰ বাছনি পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে তন্ময়ে ৷ তেওঁ মৰিগাঁৱৰ গছবাৰীৰ নিবাসী দিনেশ চন্দ্ৰ নাথ আৰু দিপা দেৱীৰ কনিষ্ঠ পুত্ৰ তন্ময় নাথ ৷ সৰুৰে পৰাই মেধাৱী তন্ময়ে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সফলতাৰে চিভিল ইঞ্জিনিয়াৰিং শিক্ষা সম্পূৰ্ণ কৰে । মহাবিদ্যালয়ৰ শিক্ষা শেষৰ পিছৰে পৰা অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ৷ দুবছৰৰ পাছত এই সফলতা লাভ কৰিবলৈ সক্ষম হ'ল তন্ময়ে ৷ আনহাতে পুত্ৰৰ এনে সফলতাত পিতৃ দিনেশ চন্দ্ৰ নাথ আৰু মাতৃ দিপা দেৱী উৎফুল্লিত ।নিয়মানুবৰ্তিতা, কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰে অধ্যয়ন কৰিলে এদিন নহ'লে এদিন সফলতা লাভ কৰিবই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে তন্ময় নাথে ৷ তন্ময়ৰ এই সাফল্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত তেওঁ এগৰাকী দক্ষ আৰু সৎ বিষয়া হিচাপে ৰাজ্যখনৰ জলসম্পদ বিভাগটোক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷লগতে পঢ়ক:জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি; সাহায্য নাপাই হাহাকাৰ বানপীড়িতৰ

Category

🗞
News
Transcript
00:00I asked about the first time. I was ranked first.
00:03I was ranked first and I didn't get the test.
00:05I was in 2014 and I got a password.
00:09I got the first class with the honors 8.39 CZPL.
00:12It was a 4-year anniversary of the preparation period.
00:17I did a lot of exam.
00:20I was ranked RRB, SSC, I was ranked at the level of the problem.
00:24But I was ranked at the level of the problem.
00:26I was ranked when the third time I was ranked.
00:27It has been a long time for me to get to the people of Nizu.
00:34They were very happy with me.
00:38I've never had a lot of respect for the elders.
00:41In the Nizu, I was very happy with the people of Nizu.
00:45But I'm doing a lot of work on Nizu.
00:47I was very happy with Nizu.
00:48I was very happy with Nizu.
00:50I was happy that I did not have a lot of work on Nizu.
01:07Thank you so much for joining us.

Recommended