Skip to playerSkip to main content
  • 19 hours ago
ডিব্ৰুগড়: দেশৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ খেলুৱৈৰ সফলতা অব্যাহত আছে । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিলে অসমৰ বিশেষভাৱে সক্ষম খেলুৱৈয়ে । মৰাণৰ বিশেষভাৱে সক্ষম অমৰ চাওৰাই গুজৰাটত অনুষ্ঠিত পাফি ৰাষ্ট্ৰীয় পেৰা পাঞ্জা চেম্পিয়নশ্বিপত ২০২৬ত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । এই প্ৰতিযোগিতাত অসমৰ পৰা ৮৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল যদিও অমৰে ৬৫ কেজি শাখাত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়া চাওৰা লাইনৰ বাসিন্দা অমৰ চাওৰাই বিগত ৪ বছৰ ধৰি মৰাণৰ অৰুণোদয় সংঘত অনুশীলন চলাই থকাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে ৷ প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰুৱাৰ তত্বাৱধানত গুজৰাটৰ এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকী । খেলুৱৈ গৰাকীৰ এই সফলতাক লৈ প্ৰশিক্ষক গৰাকীয়ে কয়, "অসমৰ পৰা ৮৫ গৰাকীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও অমৰ চাওৰাই দুটাকৈ সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ।"‌লগতে পঢ়ক :চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ জয়লাভ

Category

🗞
News
Transcript
00:02What are you doing here?
00:04What are you doing here?
00:08What are you doing here?
00:54What are you doing here?
00:56What are you doing here?
00:59What are you doing here?
01:02Are you doing your work?
01:12I was founded in the Gujarat Gandhin village in the University of Ghana.
01:18I was founded in 85 years.
01:21I was founded in EAS and EAS and EAS.
01:25I was founded in the senior in 4th place.
01:31EAS and EAS are founded in the PAU.
01:35I was founded in 5th position.
01:37There's no reason for asking me to take it.
01:39I taught myself, but for months it's only 3.
01:42I'll take what I繭 Ohno.
01:45My son's son's son's son.
01:49This Esther, we told him about him.
Comments

Recommended