Skip to playerSkip to main content
  • 5 days ago
তিনিচুকীয়া : পশ্চিমবংগত অসমৰ জোৱানৰ কৰুণ মৃত্যু । নিউ জলপাইগুৰিত কৰ্মৰত অৱস্থাতে বজ্ৰ পৰি মৃত্যুক আঁকোৱালি লয় তিনিচুকীয়াৰ জোৱান মহম্মদ টায়াৱ হুছেইনে । বিএএছএফ জোৱানগৰাকীৰ নশ্বৰদেহ বাসগৃহত আহি পোৱাৰ পিছতে অঞ্চলটোৰ শ শ লোক ওলাই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৯৯৯ চনৰ ১২ নৱেম্বৰত তিনিচুকীয়াৰ হিজুগুৰিত জন্মগ্ৰহণ কৰা মহম্মদ টায়াৱ হুছেইনে ৩ বছৰ পূৰ্বে বিএছএফত যোগদান কৰিছিল ।বাহিনীটোৰ ১৩০ নং বেটেলিয়নৰ জোৱান আছিল মহম্মদ টায়াৱ হুছেইন । তেওঁৰ আত্মীয়ই জনোৱা মতে যোৱা মাহত এমাহৰ ছুটীত ঘৰলৈ আহিছিল আৰু ১ জুনত পুনৰ কৰ্মস্থলীলৈ উভতি গৈছিল । বিএছএফৰ এগৰাকী বিষয়াই কয়, "তেওঁৰ ওপৰতে বজ্ৰ পৰিছিল । ১২ বজাৰ পৰা ৬ বজালৈ ডিউটি আছিল । চাইকেল লৈ গৈছিল আৰু তেতিয়াই এই ঘটনাটো হয় ।"শনিবাৰে জোৱানগৰাকীৰ মৃতদেহ হিজুগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে পৰিয়াল তথা স্থানীয় লোকসকলৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰে । সকলোৱে জোৱানগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।লগতে পঢ়ক :অচিন ৰোগত আক্ৰান্ত পশুধন: টোপোলা বান্ধি আই সকাম পাতিবলৈ পৰামৰ্শ পশু চিকিৎসকৰ

Category

🗞
News
Transcript
00:00foreign
00:02foreign
00:04foreign
00:05foreign
00:06foreign
00:06MASUTE! MASUTE! MASUTE! MASUTE! MASUTE! MASUTE! MASUTE! MASUTE! PARISBOOK P.K.A.R.
00:26foreign
00:33foreign
01:05foreign
01:07foreign
01:09foreign
01:09foreign
01:11foreign
01:22foreign
01:31foreign
01:32It's about 2 years and 2 years.
01:34It was the first posting thing?
01:37Yes, the first posting thing.
01:39The first posting thing?
01:41No, the last posting thing was 3 years.
01:42After the training was 3 years old.
01:443 or 4 times.
01:46This posting thing was 2 years ago?
01:48Where did it go?
01:49We were talking about the people out there.
01:51We were talking about the people out there in Bengal.
01:53Yes, the last time was talking about the people out there.
01:58It was 4-4 days ago.
02:00I was told that I was working at 4 hours.
02:03I was told that I was working at 4 hours.
02:05After that, I talked to him.
02:09My mother is my brother's brother.
02:14My father is his mother.
02:16My father is my father.
02:18My mother is my brother.
02:21My father is my brother.
02:21My mother is my sister.
Comments

Recommended