Skip to playerSkip to main content
  • 2 days ago
শিলচৰ : ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাছাৰ জিলাৰ উত্তীৰ্ণৰ হাৰ অন্য বছৰৰ নিচিনা হোৱা নাই । তথাপি প্ৰতি বছৰৰ দৰে এইবাৰো শিলচৰ বিধানসভা সমষ্টিৰ ২৯ খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় শিলচৰ বিধানসভা সমষ্টিৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে ।শিলচৰ গান্ধী ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীক উত্তৰীয়, মানপত্ৰ আৰু নগদ ধনেৰে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰঞ্জন ৰয় । বিশেষ অতিথি হিচাপে উপস্থিত থাকে কাছাৰ কলেজৰ অধ্যক্ষ অপ্ৰতিম নাগ ।উল্লেখ্য যে, শিলচৰ বিধানসভা সমষ্টিৰ যি দুটা শিক্ষানুষ্ঠানৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ সেই দুটা শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক বিশেষভাৱে উত্তৰীয় আৰু মেমেণ্টো প্ৰদান কৰা হয় । এই দুই শিক্ষা প্ৰতিষ্ঠান হৈছে সূৰ্য কুমাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্যামা চৰণ দেৱ বিদ্যাপীঠ ।সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে কয়, "শিক্ষাৰ অগ্ৰগতিৰ বাবে মই সদায় সচেষ্ট থাকিম ৷"লগতে পঢ়ক : পিতৃ-মাতৃয়ে কাম কৰে ইটাভাতাত, সুখ্যাতিৰে উত্তীৰ্ণ সন্তানক পঢুওৱাৰ দায়িত্ব ল’লে নিৰ্বাচনৰ প্ৰাৰ্থীয়ে

Category

🗞
News
Transcript
00:00The school is not a school within the U.S.E.
00:05Since the U.S.C., we were unable to continue to do the university,
00:07and we'll have toы�.
00:14The university of U.S. University is now a mid-1920.
00:21We now have to study in a full body like the U.S.C.
00:53Thank you very much.
01:21Thank you very much.
Comments

Recommended