Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
3 months ago
ধুবুৰী: ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ । গেছ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গমণ হোৱাক লৈ স্থানীয় ৰাইজৰ মাজত লাগে হুৱাদুৱা । অগ্নিনিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপে ৰাইজক দিলে সকাহ । মঙলবাৰে বিয়লি ভাগত অঞ্চলটোৰ ৰঞ্জিত দাস নামৰ এজন লোকৰ ঘৰত এটি অনুষ্ঠানৰ আয়োজন চলি থকাৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গমণ হৈ প্ৰচণ্ড শব্দ হোৱাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ ।লগে লগে উপস্থিত ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰাত তৎক্ষণাত অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গেছ নিৰ্গমণ ৰোধ কৰিবলৈ সক্ষম হয় । এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অনুষ্ঠানটোত উপস্থিত থকা ৰাইজ । ঘটনা সন্দৰ্ভত ধুবুৰীৰ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে কয়, "গেছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গমণ হৈ জুই ওলোৱাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলে গেছ নিৰ্গমণ ৰোধ কৰে ।"লগতে পঢ়ক: চমকৰ বিপৰীতে শিক্ষাখণ্ডৰ শোচনীয় ছবি: দেশৰ ভিতৰতেই আধাতে বিদ্যালয় এৰাৰ হাৰ সৰ্বাধিক অসমতজোনাইত কালভাৰ্ট নিৰ্মাণৰ নামত এমাহ ধৰি পথ বন্ধ, ৰাইজৰ হাহাকাৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
3:14
|
Up next
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
ETVBHARAT
1 day ago
1:39
শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
ETVBHARAT
1 week ago
3:12
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
1 week ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
1 week ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
2 weeks ago
3:48
INDEPENDENCE DAY 2026: झारखंड में नक्सलवाद के खात्मे से हुआ बदलाव, तिरंगा फहराने की बदली तस्वीर
ETVBHARAT
14 minutes ago
2:14
चाकणचे उद्योग वाचवा, मोशी पीडितांना न्याय द्या; रोहित पवारांचा सरकारवर घणाघात
ETVBHARAT
25 minutes ago
2:16
कोटा में पांच किमी की तिरंगा यात्रा, बिरला बोले-आज गोली व खून की नहीं, देश के लिए कुछ कर गुजरने की जरूरत
ETVBHARAT
25 minutes ago
1:22
52 स्वतंत्रता सेनानियों की कुर्बानी का गवाह इमली का पेड़, आइये जानते हैं फतेहपुर में क्या है इतिहास?
ETVBHARAT
27 minutes ago
4:10
ചെറുപുഴയുടെ തീരം ഇടിയുന്നു; ഓരോ വർഷവും നഷ്ടമാവുന്നത് പത്ത് സെൻ്റോളം, ആശങ്കയിൽ നാട്ടുകാര്
ETVBHARAT
27 minutes ago
2:56
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
ETVBHARAT
2 weeks ago
0:52
চচলত প্ৰতিবাদত বাধা আৰক্ষীৰ: আটক বহু এছএফআই কৰ্মী
ETVBHARAT
3 weeks ago
1:32
জোনাইৰ বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
5 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
5 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
5 weeks ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
5 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
6 weeks ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
2 months ago
1:48
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
2 months ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
2 months ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
2 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
Comments