Skip to playerSkip to main content
  • 10 hours ago
টীয়ক: কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ পাছতে শনিবাৰে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে । মিত্ৰতাৰ বাবেই কংগ্ৰেছে ৰাইজৰ দলক মৰিয়নীৰ প্ৰাৰ্থিত্ব এৰি দিয়াক লৈ এই বিক্ষোভৰ উদ্গীৰণ হৈছে । ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।মৰিয়নী কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি কয়,"আমি কোনো কাৰণতে এই মিত্ৰতা নমানো । মৰিয়নীত আমাৰ দলৰ স্থিতি বহু সবল । পাঁচজনকৈ যোগ্য প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও ৰহস্যজনকভাৱে সাংগঠনিক ভেটি নথকা স্বত্বেও ৰাইজৰ দলক মৰিয়নী এৰি দিয়োটো আমি মানি ল'ব পৰা নাই । সেয়ে আমি এইক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ আৰু আজিৰ ভিতৰত মৰিয়নীত কংগ্ৰেছৰ যিকোনো এজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছোঁ । প্ৰয়োজন সাপেক্ষে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈও আমি প্ৰস্তত হৈ আছোঁ । যদি আমাৰ দাবী উৰ্ধতম কৰ্তৃপক্ষই মানি নলয় আমি কোনো কাৰণতে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন নকৰোঁ আৰু প্ৰয়োজন হ'লে দল ত্যাগ কৰিম ।"লগতে পঢ়ক: হঠাতেই সলনি তিতাবৰৰ দৃশ্য়পট : কংগ্ৰেছৰ দুৰ্গত প্ৰাণ কুৰ্মীৰে নতুন সমীকৰণ গৌৰৱ গগৈৰটিকট বঞ্চিত প্ৰমোদ বৰঠাকুৰৰ বাসগৃহত অশোক সিংহল : বিজেপি ত্য়াগ নকৰে বিধায়কে

Category

🗞
News
Transcript
00:00foreign
00:05foreign
00:06foreign
00:06foreign
00:07foreign
00:07Thank you very much.
00:37I am going to help the Congress.
00:40I am going to help the Congress.
00:43I am not.
00:44I am not.
00:45I am going to help the Congress.
00:49We are going to help our people.
00:54In 2001, I have been in a country.
00:59I have been in a country and I have been in a country.
01:13the
01:15government
01:15government
01:16the
01:16government
01:19the
01:20government
01:47Thank you very much.
01:52Thank you very much.
02:38Thank you very much.
Comments

Recommended