Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে অত্যধিক সাৰ প্ৰয়োগ দেশদ্ৰোহিতা: ৰণজিৎ কুমাৰ দাস
3 months ago
বৰপেটা: "বাৰ্ধক্যক জয় কৰাৰ বাবে প্ৰতিদিনে তুলসী খাওক ৷ প্ৰতি মাহে এটাকৈ তুলসী পাত বঢ়াই গৈ থাকি প্ৰতিদিনে পুৱা তুলসীৰ পাত চোবালে মানুহৰ জীৱনলৈ কেতিয়াও বাৰ্ধক্য নাহে ।" এই মন্তব্য় অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ৷ বৰপেটাত বিজেপিৰ জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্রৰ সহযোগত প্রাকৃতিক আৰু জৈৱিক খেতিৰ ওপৰত জিলা ভিত্তিত অনুষ্ঠিত কৃষক কর্মশালা এখনত অংশগ্ৰহণ কৰি তেওঁ এইদৰে পৰামৰ্শ আগবঢ়ায় ৷ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয়,"প্ৰতিগৰাকী কৃষকক আগবঢ়াই নিয়াৰ বাবে নিৰলস প্ৰক্ৰিয়া চলি আছে ৷ ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব ৷ ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কৃষকে গুণগত উৎপাদন বঢ়াব লাগিব, উদ্যোগীসকলে ঔদ্যোগীকৰণ কৰিব লাগিব । চিকিৎসকে চিকিৎসাৰ মান উন্নত কৰিব লাগিব ৷"ভাৰতবৰ্ষক ২০৪৭ বৰ্ষৰ ভিতৰত আত্মনিৰ্ভৰ কৰাৰ সংকল্পৰে সমগ্ৰ দেশতে এনে কৰ্মশালাৰ আয়োজন চলি আছে বুলি উল্লেখ কৰি তেওঁ কয়,"অসমৰ কৃষি আৰু কৃষকক আগবঢ়াই নিব নোৱাৰিলে অসমখনক আগুৱাই নিব পৰা নাযাব ৷" কৃষিৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচনি সম্পৰ্কতো মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷ আনহাতে খেতিত অত্যধিক সাৰ,কীটনাশক আদি ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক খেতি কৰিবলৈ আহ্বান জনায় অধ্য়ক্ষগৰাকীয়ে ৷ বিশেষকৈ সকলো পৰিয়ালক নিজৰ প্ৰয়োজনীয় পাচলিৰ খেতি কৰাৰ আহ্বান জনায় ৷ আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্য়ৰে কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে অত্যধিক সাৰ প্ৰয়োগ দেশদ্ৰোহিতা বুলিও মন্তব্য় কৰে ৰণজিৎ কুমাৰ দাসে ৷লগতে পঢ়ক:তিনি বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়-বাঘ চিকাৰৰ ঘটনা শূন্যৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২৩ সংখ্যক ওপজা দিন
Category
🗞
News
Transcript
Display full video transcript
00:01
I am a member of the Kikho Kik.
00:41
Thank you very much.
01:29
Thank you very much.
01:59
Thank you very much.
02:07
Thank you very much.
02:33
Thank you very much.
03:29
Thank you very much.
03:30
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
0:40
|
Up next
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
5 weeks ago
1:18
বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?
ETVBHARAT
5 weeks ago
3:12
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
6 weeks ago
2:12
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
ETVBHARAT
7 weeks ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
7 weeks ago
2:36
बिहार में बिगड़ रहा जल संतुलन, जानें भूजल संकट पर चौंकाने वाले आंकड़े
ETVBHARAT
21 minutes ago
2:26
मानसून के बाद फिर गुलजार हुए चारधाम के यात्रा पड़ाव, दर्शन के लिए उमड़ रही श्रद्धालुओं की भीड़
ETVBHARAT
23 minutes ago
5:01
ASI ਹਰਜੀਤ ਸਿੰਘ ਕਤਲਕਾਂਡ ਦਾ ਮੁਖ ਮੁਲਜ਼ਮ ਢੇਰ, ਹੈਰਾਨ ਕਰਨ ਵਾਲਾ ਪਾਕਿਸਤਾਨ ਕਨੈਕਸ਼ਨ ਆਇਆ ਸਾਹਮਣੇ
ETVBHARAT
26 minutes ago
0:32
निकाय चुनाव में कांग्रेस का प्रदर्शन: गुटबाजी और खींचतान ने बिगाड़ा खेल...एक मंच पर नहीं आए दिग्गज, हार की वजह पर ये बोले एक्सपर्ट
ETVBHARAT
41 minutes ago
7:55
चिप छोटी-सपने बड़े: IIT-ISM धनबाद की न्यूरोमॉर्फिक चिप में छिपी है भविष्य की बड़ी तकनीक
ETVBHARAT
1 hour ago
1:43
২০২৭ৰ ডিচেম্বৰত যোৰহাট-মাজুলী সংযোগী দলং সম্পূৰ্ণ হ'ব, উৎফুল্লিত ৰাইজ
ETVBHARAT
2 months ago
2:10
পথৰ নামত আৱণ্টিত ৪ লাখ টকাৰ মাত্ৰ ৩৮ হাজাৰহে ব্যৱহাৰ !
ETVBHARAT
2 months ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
3 months ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
3 months ago
3:03
কণীযুক্ত মাছ ধৰা-বিক্ৰীত নিষেধাজ্ঞা ধুবুৰী মীন বিভাগৰ
ETVBHARAT
3 months ago
1:50
মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ
ETVBHARAT
3 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
3 months ago
2:28
লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন
ETVBHARAT
3 months ago
2:28
আঁচনি আছে পানী নাই, ধোঁৱাচাঙত জল জীৱন মিছন
ETVBHARAT
4 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
4 months ago
4:52
উত্তৰ প্ৰদেশলৈ প্ৰেৰণৰ বাবে সাজু কৰোতেই ট্ৰাকসহ ৮২৫ টা চুৰি বেটাৰী জব্দ
ETVBHARAT
4 months ago
3:55
শিল্পী সূৰ্য কুমাৰ ৰাজা-মনজ্যোৎস্না মহন্তলৈ 'লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা'
ETVBHARAT
4 months ago
1:11
আৰক্ষীৰ জালত চাৰি মানৱ অংগ সৰবৰাহকাৰী, টাৰ্গেট হৈ পৰিছে দুখীয়া পৰিয়াল
ETVBHARAT
5 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
5 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
5 months ago
Comments