Skip to playerSkip to main content
  • 11 minutes ago
জোনাই: যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰিৰ মাছখোৱা আৰু বুঢ়ীমূৰী গাঁও । পাহাৰীয়া খৰস্ৰোতা চিমেন নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত নদীখনৰ মথাউৰিৰ ওপৰেৰে পানী বাগৰি পৰাৰ ফলত এই গাঁও দুখন বানৰ কবলত পৰে।  ১ নং মোহনপুৰ পথাৰত চেৰেণ নদীৰ মথাউৰি ছিঙাৰ ফলত কেবাখনো গাঁৱৰ শস্য পথাৰ বুৰাই পেলাইছে । আনহাতে চিমেন চাপৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফোৰলেন নিৰ্মাণ কৰা বাবে পানীৰ গতিত বাধাগ্ৰস্ত হোৱাত চিমেন চাপৰিৰ ১ নং চিমেন চাপৰি (সোণালী চাপৰি) আৰু অধিকাংশ ব্যৱসায়িক অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে ।  ইপিনে, দিখাৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি আৰু মিছামৰা গাঁও পঞ্চায়তৰ ১ নং মধুপুৰ, ২ নং মধুপুৰ, ৩ নং মধুপুৰ আৰু ৪ নং মধুপুৰ অঞ্চল । দিখাৰী, বুঢ়ীসূঁতি, ডেকা আদি পাহাৰীয়া খৰস্ৰোতা নদীৰ বাঢ়নী পানীয়ে মিছামৰা গাঁও পঞ্চায়তৰ তিনিআলি, ১ নং, ২ নং, ৩ নং নাওকাটা, নলবাৰী, ৰুৱাদ,  তুল্লাদ আদি কৃষিজীৱি গাঁও সমূহত বুৰ গৈছে । লগতে কাড়িচুক, মিছামৰা মঙলবৰীয়া, নামচি চুবা আদি গাঁওসমূহৰ শস্যপথাৰ বুৰ গৈছে ।লগতে পঢ়ক:আজি আহি আছে নাড্ডা, বানৰ উহ বিচাৰি যাব অৰুণাচল-নাগালেণ্ডলৈও : মৃতকৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধিবানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ পৰৱৰ্তী ষাণ্মাসিকৰ সম্পূৰ্ণ খৰচ চৰকাৰক বহন কৰিবলৈ দাবী আছুৰ

Category

🗞
News
Transcript
00:24For more information visit www.fema.gov
00:58For more information visit www.fema.gov
01:22For more information visit www.fema.gov
01:54For more information visit www.fema.gov
02:09For more information visit www.fema.gov
02:52For more information visit www.fema.gov
02:53I will say I will say back to you.
02:55When we say 75 people, Yes, we will say there is a shortage of decades, but we say there is
03:05become Jack.
03:06I will say that over the years, Sam Prim establish their signal at the end,
03:12smoke is in the first place where the fire is so dark has finished, what is that?
03:23How does itcheek lift the fire?
03:25The fire is still in the first place and the fire is still in the first place.
03:35Thank you very much.
Comments

Recommended