Skip to playerSkip to main content
  • 4 days ago
ৰঙিয়া : ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চকত সংঘটিত এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এখন বিলাসী বাহন আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ হোৱাৰ পিছত বিলাসী বাহনখনৰ চালকে ডাম্পাৰৰ চালকক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাৰ পাছত ৰঙিয়া আৰক্ষীয়ে ব্যৱসায়ী ৰথিন দত্তক আটক কৰে ।  ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে উদিয়ানা চকত এছ ০১ এইচচি ৭৮৮৩ নম্বৰৰ এখন ডাম্পাৰে হঠাতে ইউটার্ণ ল’বলৈ চেষ্টা কৰাৰ সময়তে গুৱাহাটী অভিমুখী এএছ ২৬ ই ২৬০০নম্বৰ আৰু এএছ ১৪ কিউ ৪৪১৪নম্বৰৰ আই ২০ বাহন দুখনৰ সৈতে সংঘৰ্ষ হোৱাত দুয়োখন বাহনতে কিছু পৰিমাণে ক্ষতি সাধন হয় ।অভিযোগ অনুসৰি দুৰ্ঘটনাৰ লগে লগে বিলাসী বাহনখনৰ আসনত থকা নলবাৰীৰ বিদ্যাপুৰৰ ব্যৱসায়ী ৰথিন দত্তই ক্ষুদ্ধ হৈ ডাম্পাৰ চালকৰ ওচৰলৈ গৈ পিষ্টল দেখুৱাই ভাবুকি দিয়ে। ঘটনাটো কেইগৰাকীমান সচেতন নাগৰিকে প্ৰত্যক্ষ কৰি তৎক্ষণাত ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ।আৰক্ষীয়ে খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষী অহাৰ লগে লগে ৰথিন দত্তই পিষ্টলৰ কভাৰটো ওচৰৰ পুখুৰীত পেলাই দিয়াৰ অভিযোগ উঠিছে যদিও আৰক্ষীয়ে  পিষ্টলটো জব্দ কৰে ।লগতে পঢ়ক:ৰঙাপাৰাৰ বৰজুলি বনৰীয়া ধান সংৰক্ষিত এলেকালৈ 'জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ'ৰ স্বীকৃতিসীমান্তবাসীৰ বাসগৃহত নগাই লিখিলে জৰীপ নম্বৰ, অসম-নাগালেণ্ড সীমান্তত উত্তেজনা

Category

🗞
News
Transcript
00:29This video is brought to you by the National Anthem of the National Anthem.
00:30I don't know where I want to do it.
00:48I don't know where I want to go.
00:50I just need to give up.
00:50I still need to give up.
00:50I want to give up, I want to give up.
00:53So, I'm going to give up.
00:54What do I want to do?
00:55So, I don't know.
00:56I think that that's a great problem.
00:56The only one of them is alone.
01:00Although a lot of them are places in the area.
01:06They come to the area and the other ones are also there.
01:12The area of the area is where the area is located.
01:12For example.
01:12Are you really good?
01:14This is that it is not the only place?
01:16Yes, it is.
01:17What do you call this?
01:20What do you call this?
01:22What do you call this?
01:23That's the name of the doctor.
01:24I will call you in the doctor.
01:26How do you call him?
01:28She has a doctor.
01:31What is that?
01:32What is that?
01:34What is that?
01:37What is that?
01:39I'm a doctor.
01:39I have a doctor.
01:40I have a doctor.
01:40I go to my doctor and I have my doctor.
01:47I have a doctor.
01:48I have a doctor.
01:50You said it was a joke.
01:52You said it was a joke.
01:53You said it was a joke.
Comments

Recommended