Skip to playerSkip to main content
  • 8 minutes ago
মৰাণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় সংঘটিত হৈ আছে এটাৰ পাছত আন এটা সন্ধানহীনৰ ঘটনা । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ খোৱাঙত সন্ধানহীন হৈছে ৰে'ল বিভাগৰ এজন ঠিকাভিত্তিক কৰ্মচাৰী । বিগত সাতদিন ধৰি সন্ধানহীন হৈ আছে বাঘতলিপথাৰ গাঁৱৰ লম্বিত গগৈ (২৭) নামৰ যুৱকজন ।  পৰিয়ালৰ লোকৰ ভাষ্য় অনুসৰি লম্বিত গগৈ যোৱা ৪ জুনত ঘৰৰ পৰা ওলাই গৈছিল । সেইদিনা বন্ধুৰ সৈতে লেঙেৰীৰ নখাটলৈ যোৱা বুলি ফোন যোগে পৰিয়ালক অৱগত কৰিছিল যদিও তাৰ পিছৰে পৰা বন্ধ হৈ আছে যুৱকজনৰ ব্যৱহৃত ম'বাইলটো । যুৱকজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ নকৰাত চিন্তিত হৈ পৰিছে । ইতিমধ্যে যুৱকজনৰ নিৰুদ্দেশ সম্পৰ্কে পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ পৰাও কোনো ধৰণৰ তথ্য লাভ কৰা নাই ।  সন্ধানহীন যুৱকজনৰ ভ্ৰাতৃয়ে কয়, "যোৱা ৪ জুনত কামৰ পৰা উভতি আহি গা ধুই থাকোতে কোনোবা এজনে ফোন কৰিছিল আৰু সি ফোনত কৈছিল গৈ আছো বুলি । লগৰ সৈতে ফুৰিবলৈ গৈ থাকে বাবে ঘৰত ইমান চিন্তা কৰা নাছিলো । ঘৰৰ পৰা মটৰচাইকেল লৈ ওলাই গৈছিল । সেইদিনা নবৌলৈ ফোন কৰিছিল; কিন্তু তাৰ পাছৰ পৰা ফোন বন্ধ হৈ আছে । আৰক্ষীক অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ খবৰ লাভ কৰা কৰা নাই ।" লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন যুৱককটকৰ পৰাই শেষ যোগাযোগ, ক'ত হেৰাল মণ্টু ?

Category

🗞
News
Transcript
00:00Your name is Ambeet, my name is Bhaktali Prathaya and I am here.
00:03How do you experience it?
00:05My experience was a snoring station
00:08I started working on a lot of ways
00:11I always know how to treat my parents
00:20I've got a phone phone call
00:23I got a phone call
00:25I was Waitinitra and I would like to be in the future.
00:30We would like to be a guy, who was the first person.
00:32We would know him buddy and he will lose.
00:37All of his people in the future are not in the future.
00:40But not least here.
00:41We would like to see him well.
00:43And when we are just like we are a brother and have all these people.
00:52foreign
01:02foreign
01:21...
01:21...
01:21...
01:21We are in the middle of the country.
01:23In today's day we've been able to visit our website at the WSWC.
01:30We've been at the WSWC and we've been at the WSWC.
01:34We've been at WSWC for a long time.
01:35We've been at the WSWC for a long time.
01:41Help me.
01:41Help me.
01:44Help me.
01:46Help me.
01:46Help me.
01:46I'm soon.
01:46I'm sorry.
01:49I'm sorry.
01:53I'm sorry.
01:56I'm sorry.
01:58Why do we get that?
02:00I said I should turn her on to the mother and to the father.
02:05When she was with me, I'd like to say okay,
02:08then I kind of give in.
02:10So I'm up to the mother.
02:15My mother was up.
02:18And I'm telling her the other way,
02:20and I'm going to ask him.
02:21So I didn't ask him.
02:22Why did you ask him?
02:27Thank you very much.
Comments

Recommended