Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
স্কেটিং খেলেৰে অসমৰ কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা
2 months ago
হায়দৰাবাদ : ৰোলাৰ স্কেটিঙৰ জৰিয়তে অসমৰ পৰা কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়া ব্যতিক্ৰমী প্ৰচেষ্টা আগবঢ়াইছে হাজোৰ অগ্ৰণী স্কেটিং ক্লাব ফিউচাৰ ষ্টাৰ স্কেটিং ক্লাবে ৷ আব্দুল কৰিম আলীৰ নেতৃত্বত গঢ় দি উঠা এই ক্লাবটোত হাজো অঞ্চলৰ প্ৰায় শতাধিক শিশু খেলুৱৈ অন্তৰ্ভুক্ত হৈছে । উল্লেখ্য যে, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক খেলত অংশগ্ৰহণ কৰি সুনাম আজুৰিব সক্ষম হৈছে ফিউচাৰ ষ্টাৰ স্কেটিং ক্লাবৰ খেলুৱৈয়ে ৷ইতিমধ্যে হাজো ষ্টেডিয়ামত সাতদিনীয়া এটি কৰ্মশালা আয়োজনেৰে কণ কণ শিশুখেলুৱৈক স্কেটিঙৰ প্ৰশিক্ষণ প্ৰদান কৰে আব্দুল কৰিম আলী আৰু অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক জয়ন্ত বেজবৰুৱাই ৷ যাৰ বাবে কণ কণ শিশু খেলুৱৈসকলৰ অভিভাবক আপ্লুত হৈছে । হাজো ষ্টেডিয়ামত আয়োজন কৰা কৰ্মশালাটোত খেলুৱৈসকলক বিভিন্ন কলা-কৌশলৰ প্ৰশিক্ষণ দিয়া হয় ৷ ইয়াৰ দ্বাৰা কণ কণ শিশু স্কেটিং খেলুৱৈসকল উপকৃত হ'ব বুলি আশা কৰিছে প্ৰশিক্ষকগৰাকীয়ে ৷লগতে পঢ়ক:আমচাং বনাঞ্চলৰ ২,২০০ বিঘা ভূমি বেদখলৰ অভিযোগ প্ৰাক্তন বিধায়ক অতুল বৰাৰ
Category
🗞
News
Transcript
Display full video transcript
00:27
I'll see you next time.
Show less
Comments
Log in to post a comment
Recommended
1:02
|
Up next
কাছাৰত ১৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, ১ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
ETVBHARAT
6 weeks ago
1:39
শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
ETVBHARAT
6 weeks ago
2:12
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
ETVBHARAT
7 weeks ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
7 weeks ago
3:02
টিহুৰ নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত ভয়ংকৰ অগ্নিকাণ্ড
ETVBHARAT
7 weeks ago
0:50
कुरुक्षेत्र में CID इंस्पेक्टर 5 लाख रुपये रिश्वत लेते रंगे हाथों गिरफ्तार, 'एंट्री फीस' के नाम पर कर रहा था वसूली
ETVBHARAT
12 minutes ago
0:40
ശക്തമായ മഴയിൽ മീനച്ചിലാറ്റിൽ ജലനിരപ്പ് ഉയരുന്നു; ഉരുൾപൊട്ടലുണ്ടായതായി പ്രചാരണം
ETVBHARAT
21 minutes ago
3:50
સુરત: અમીષ પટેલ શંકાસ્પદ મોત કેસ; 7 આરોપી સામે સાપરાધ મનુષ્યવધનો ગુનો દાખલ
ETVBHARAT
24 minutes ago
4:03
2027 के चुनाव से पहले रालोद ने फूंका सामाजिक समरसता का बिगुल, विपक्ष पर जमकर गरजे जयंत
ETVBHARAT
25 minutes ago
2:58
ભાદરવી પૂનમ મહામેળો શરૂ, મહેસાણામાં પદયાત્રીઓ માટે ઠેર-ઠેર સેવા કેમ્પોની વણઝાર
ETVBHARAT
25 minutes ago
1:43
গৃহস্থ নথকাৰ সুযোগতে চোৰৰ চাফাই অভিযান, তিনি লাখৰো অধিক মূল্যৰ সোণ-নগদ ধন লুট
ETVBHARAT
2 months ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
2 months ago
1:26
বানাক্ৰান্তক সাহাৰ্য প্ৰদান উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ
ETVBHARAT
2 months ago
2:29
শিৱসাগৰত বানপীড়িক বিধায়ক মেহবুব মুক্তাৰৰ সাহাৰ্য বিতৰণ
ETVBHARAT
2 months ago
1:59
বানপীড়িত অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
2 months ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
2 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
2 months ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
3 months ago
2:32
ধেমাজিত বান সমস্যা সম্পৰ্কত পৰ্যালোচনা মন্ত্ৰী অতুল বৰাৰ
ETVBHARAT
3 months ago
2:17
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
3 months ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
3 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
4 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
5 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
5 months ago
4:00
মঙলবাৰে বৰমাত এদিনীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক ৰঙালী বিহু পালন
ETVBHARAT
5 months ago
Comments