Skip to playerSkip to main content
  • 36 minutes ago
বাক্সা : মঙলবাৰে ৰাজ্যবাসীয়ে পালন কৰে গৰু বিহু ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰমাতো পালন কৰা হয় গৰু বিহু ৷ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল ৬৩ সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলন । গৰু বিহুৰ সমান্তৰালকৈ বৰমা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ এদিনীয়া কাৰ্যসূচী বিহু পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় । বৰমাৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি কন্দৰ্প শৰ্মাই বিহুৰ পতাকা উত্তোলনৰ পিছতেই বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন, জুবিন গাৰ্গৰ ছবিত শ্ৰদ্ধাঞ্জলি আদি কাৰ্যসূচীৰে অনুষ্ঠিত হয় এদিনীয়া বিহু কাৰ্যসূচী ৷ইয়াৰ পাছতে বৰমা অঞ্চলৰ বয়োজেষ্ঠ ব্যক্তিসকলক গামোচাৰে সম্বৰ্ধনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে কণিষ্ঠজনে । তাৰ পিছতেই সাংস্কৃতিক সমাৰোহ অনুষ্ঠান উদ্বোধন কৰে বৰমা পৌৰসভাৰ পৌৰপতি ৰজনী বৰজৌৱাৰীয়ে । ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ পৰে বৰমা আঞ্চলিক ৰঙালী বিহু । বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সাংস্কৃতিক দলৰ নৃত্য প্ৰদৰ্শনেৰে সমন্বয়ৰ মিলনভূমিলৈ পৰিণত হয় বৰমা ।লগতে পঢ়ক:ৰজা নোহোৱা দেশ এখনৰ দৰে হৈছে আমাৰ অৱস্থা: জুবিনৰ ন্যায়ৰ দাবীত সৰৱ সহযোগী শিল্পী

Category

🗞
News
Transcript
00:03Oh
00:30Oh
01:00Oh
01:30Oh
01:34oh
01:42Oh
01:44Oh
01:44Oh
01:44Oh
02:00Thank you very much for joining us today.
02:05We have a lot of people in this country.
02:07We have a lot of people in this country.
02:11We have a lot of people in this country.
02:44The fact that our sister-in-law has been involved in this work, we have done it.
02:50And because there is a lot of people that have been involved in these places and that we have been
03:00doing this work.
03:02So, we are doing this.
03:05How did you do that?
03:07Did you do that in your life?
03:08Yes, because of the life of our life,
03:12we are all in the life of life.
03:15We are all in the life of this.
03:18We are all in the life of the world.
03:19We are all in the life of our life.
03:21We are all in the life of our life.
03:25It's true that there are many people who have been in the city.
03:29I've been told that there are many people who have been in the city.
03:39Do you think that there was a lot of people who have been doing this?
03:43Yes, I have done my work, and I have been working with them.
03:49I have done my work with Zubin Gargoy, and I have done my work with Zubin Gargoy.
Comments

Recommended