Skip to playerSkip to main content
  • 7 minutes ago
মাজুলী: মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু উত্তৰ পূব শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হোৱা প্ৰায় ৫০০০ টা পৰিয়াললৈ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে সাহাৰ্য প্ৰদান কৰিছে । শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰলংকৰী বানত বিধ্বস্ত পৰিয়ালসমূহৰ ওচৰত উপস্থিত হৈ তেওঁ সাহাৰ্য বিতৰণ কৰে ।  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নাজিৰা, শিমলুগুৰি, চোমনী আদি দুৰ্গম অঞ্চলত সত্ৰাধিকাৰৰ লগতে এটি বৃহৎ দল উপস্থিত হয় । ১৪ খন গাড়ী লৈ উপস্থিত হোৱা দলটোৱে সত্ৰাধিকাৰৰ নেতৃত্বত খাদ্য সামগ্ৰী, বস্ত্ৰ আদি বিতৰণ কৰে ।  এই সন্দৰ্ভত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে কয়, "আমি যিদৰে সাহাৰ্য দিব লাগিছিল তেনেদৰে প্ৰদান কৰিব পৰা নাই । বানাক্ৰান্তসকলৰ সৈতে সমভাগী হ'বলৈ তেওঁলোকৰ মাজত উপস্থিত হৈছো । আমি প্ৰায় পাঁচ হাজাৰমান পৰিয়ালক সাহাৰ্য প্ৰদান কৰিম ।"লগতে পঢ়ক:শিৱসাগৰত বানপীড়িক বিধায়ক মেহবুব মুক্তাৰৰ সাহাৰ্য বিতৰণঅসম সাহিত্য সভাৰ প্ৰতিনিধি দলৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন-সাহাৰ্য বিতৰণ

Category

🗞
News
Transcript
00:01.
00:01.
00:01.
00:01.
00:01.
00:01.
00:02.
00:10.
00:11.
00:11.
00:11.
00:13.
00:14.
00:14.
00:18.
00:21A great time for this trip...
00:27...we have a great day...
00:27We are here...
00:27...and I will leave the trip...
00:27No no no...
00:32...it's not enough...
00:35...I am so sorry...
00:39I am so sorry...
00:41...I am so sorry...
00:42...I am so sorry...
00:44...I am so sorry...
00:46...I am so sorry...
00:49So we have not been able to make a lot of money.
00:54So many people have not been able to make it to help people.
01:02They usually have to make their insure.
01:03How many people have come to help people?
01:04How many people have come to help people?
01:06They all come to help people.
01:09I am going to help them to help people get ready.
01:16This is why we have a lot of people who don't know about it, and we have a lot of
01:21people who don't know about it, and we have a lot of people who don't know about it.
Comments

Recommended