Skip to playerSkip to main content
  • 11 hours ago
গোলাঘাট: চিকিৎসালয়ত চিকিৎসাধীন মাতৃক নিশাৰ আহাৰ যোগান ধৰিবলৈ যাওতে গোলাঘাটত পথ দুৰ্ঘটনাত পুত্ৰ আৰু বোৱাৰীৰ মৃত্য়ু । এই দুৰ্ঘটনাটো পুলিবৰত সংঘটিত হৈছে । বান সাহাৰ্য আগবঢ়াই ঘূৰি অহা ট্ৰাকৰ খুন্দাত প্ৰীতম ৰাজপুত আৰু দীপা ৰাজপুতৰ থিতাতেই মৃত্য়ু হয় ।  ভুলিকিটিং অঞ্চলৰ পৰা এখন বাইকেৰে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা মাতৃক নিশাৰ আহাৰ দিবলৈ আহোতে পথদুৰ্ঘটনাটো সংঘটিত  হয় । নিশা এএছ০৫এক্স ৭৮৩০ নম্বৰৰ মটৰচাইকেলৰে গোলাঘাটৰ দিশে আহি থকা প্ৰীতম ৰাজপুত আৰু পত্নী দীপা ৰাজপুতক একে দিশৰ পৰা আহি থকা অৱস্থাত এএছ০৫ এচি ৮০৮৬ নম্বৰৰ ট্ৰাকখনে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ।  এই পথ দুৰ্ঘটনা সম্পৰ্কে এজন স্থানীয় যুৱকে কয়, "মই নিশাৰ আহাৰ প্ৰস্তুত কৰিবলৈ লওতে এটা প্ৰচণ্ড শব্দ শুনা পাও আৰু ওলাই আহি দেখা পাও যে এই বাহনে খুন্দা মাৰি গোলাঘাট দিশে গুচি গৈছে আৰু পথৰ ওপৰত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ পৰি আছে ।"লগতে পঢ়ক:বেতকুছিত ভয়ংকৰ দুৰ্ঘটনা, দুজনৰ মৃত্যুপাহাৰৰ পৰা শিল খহি পৰিল চলন্ত গাড়ীৰ ওপৰত; হতাহত কমেও ১৫

Category

🗞
News
Transcript
00:00The other thing is, we don't need to find some physical distancing.
00:05We need to find some physical distancing now.
00:06In the same way, we need to figure out how to keep our students alive.
00:12We keep our employer's distance from our means.
00:15Stay with us, in the same way, we need to check out some physical distancing.
00:23The other thing is, we need to address the issue, but we have to go back to the emergency room.
00:54I think the one more is more than an individual person.
00:56I was here for the scene, and I have been able to get him from 24 hours, so I got
01:00the details in my mind.
01:01But, I see this in my mind, that is not where in my mind, and when they hit me, I
01:12will not hold him, I will forgive him.
01:16with amberお δια様 there are price weaker with it
01:18if you look at that 또 while wearing any crew
01:22but from under my shirt
01:22you can say that it wasoro
01:24red purple and red pink..
01:26sizin 8x color
01:28the same size visually
01:31don't that nature
01:32If you want to have a better friend, then you will want to help you.
01:40This is your family.
01:43The family.
01:48foreign
Comments

Recommended