Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
পৰম্পৰাগত ৰীতি-নীতিৰে ৰঙানদীত গৰু নোৱাই ধুৱাই আনন্দত মতলীয়া ৰাইজ
4 months ago
লখিমপুৰ: আজি গৰু বিহু । অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি প্ৰথমটো দিন । সকলোৱে গৰুক নোৱাই ধুৱাই পৰম্পৰাগত ৰীতি-নীতি পালন কৰে । লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৰঙানদীপৰীয়া ৰাইজৰ সহযোগত ৰঙানদীত আঞ্চলিক ভিত্তিত গৰু বিহু উদযাপন কৰে । লখিমপুৰৰ অন্যতম গৌৰৱ তথা সাংস্কৃতিক চিনাকি লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত মঙলবাৰে নগৰৰ সমীপৰ পাঁচ নৈ অঞ্চলৰ ৰাইজৰ সহযোগত ৰঙানদীত গৰু বিহু পালন কৰে । ৰাইজৰ সহযোগত ৰঙানদীত গৰু নোৱাই ধুৱাই সকলোৱে আনন্দ কৰে । পুৰুষ-মহিলা সকলোৱে গৰুক নোৱাই ধুৱাই বিহুগীত গাই, নাচি-বাগি বিহুৰ উন্মনা পৰিবেশ সৃষ্টি কৰি আপোন পাহৰা হৈ পৰে । গৰুক নোৱাই ধুৱাই নদীৰ পাৰতে সমূহীয়াভাৱে কণী যুঁজো অনুষ্ঠিত কৰা হয় । কণী যুঁজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিমান চন্দ্র চেতিয়াই। কণী যুঁজৰ উপৰি অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।উল্লেখ্য যে লখিমপুৰ ৰঙালী বিহু সন্মিলনখন লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ বাকৰিত অহা ২৮ এপ্রিলৰ পৰা পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে ।লগতে পঢ়ক:জিআই টেগ লাভ কৰা গামোচাই শিপিনীলৈ আনিছে বিষাদৰ চকুলো, পাৱাৰলুম গামোচাৰ গ্ৰাসত থলুৱা শিপিনীৰ গামোচা !গৰুবিহুত দীঘলতী-মাখিয়তী কিয় ব্যৱহাৰ কৰা হয় ?
Category
🗞
News
Transcript
Display full video transcript
00:00
Oh
00:34
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:58
|
Up next
বৰগীত বিশাৰদ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল মৰিগাঁৱৰ নিমিষা নাথৰ
ETVBHARAT
6 days ago
0:46
বাৰিষাৰ ভৰা নৈত গা ধুবলৈ গৈ ধুবুৰীত কিশোৰীৰ সলিল সমাধি
ETVBHARAT
1 week ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
2 weeks ago
2:37
টিএমপিকেৰ বাৰ্ষিক অধিৱেশনৰ সমাপ্তি: গঠন ১০১ জনীয়া নতুন সমিতি
ETVBHARAT
3 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
3 weeks ago
1:18
हजारीबाग पुलिस की बड़ी कार्रवाई, गैंगस्टर प्रिंस खान के पांच गुर्गे को हथियार के साथ किया गिरफ्तार
ETVBHARAT
2 hours ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
4 weeks ago
1:50
মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ
ETVBHARAT
6 weeks ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
6 weeks ago
2:32
জোনাই মিচিং কৃষ্টি ভৱনত ১ জুলাইৰ পৰা টিএমপিকেৰ ১৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন
ETVBHARAT
6 weeks ago
3:43
কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে অত্যধিক সাৰ প্ৰয়োগ দেশদ্ৰোহিতা: ৰণজিৎ কুমাৰ দাস
ETVBHARAT
6 weeks ago
2:28
লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন
ETVBHARAT
7 weeks ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
7 weeks ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
3:08
বিৰোধী ঐক্য়মঞ্চই ৭০খনৰো অধিক আসন লাভ কৰিব : অখিল গগৈ
ETVBHARAT
3 months ago
2:48
বিজ্ঞান শাখাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিল সৰুপথাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়
ETVBHARAT
3 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
3 months ago
8:28
পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?
ETVBHARAT
3 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
4:00
মঙলবাৰে বৰমাত এদিনীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক ৰঙালী বিহু পালন
ETVBHARAT
4 months ago
0:34
মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰিছে: বদৰুদ্দিন আজমল
ETVBHARAT
4 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
4 months ago
2:46
পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ নাজিৰাৰ পৰা ময়ূৰ বৰগোহাঁইৰ মনোনয়ন দাখিল
ETVBHARAT
4 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
9 months ago
Comments