Skip to playerSkip to main content
  • 4 days ago
গোলাঘাট :কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যু গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বকিয়াল ন-পামৰ এজন যুৱক । ঘটনাৰ বিৱৰণি অনুসৰি, উত্তৰাখণ্ডত কাম কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল গোলাঘাটৰ গুণীন্দ্ৰ শইকীয়া নামৰ যুৱকজন ৷ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত গুণীন্দ্ৰ শইকীয়া নামৰ যুৱকজনৰ মৃত্যু হৈছে ৷ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ বহিঃৰাজ্যত মৃত্যু হোৱাত অসহায় হৈ পৰিছে পিতৃ-মাতৃ । ইফালে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে দিল্লীৰ পৰা পুত্ৰৰ নশ্বৰদেহ আনিবলৈ অসমৰ্থ, সেয়ে মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়কগৰাকীলৈ‌ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে কাতৰ আহ্বান জনাইছে পুত্ৰৰ নশ্বৰদেহ আনি দিবলৈ ।ঘটনাৰ সন্দৰ্ভত মাতৃয়ে কয়,"কামলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পাছলৈ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যায় আৰু তাতেই মৃত্যু হৈছে । দিল্লীৰ পৰা পুত্ৰৰ মৃতদেহ আনিবলৈ আমি অসমৰ্থ ৷ সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক মৃণাল শইকীয়াই মৃতদেহটো অনাৰ ব্যৱস্থা কৰি দিয়ে যেন ৷"লগতে পঢ়ক:যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন, পথৰ বাবেই বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে

Category

🗞
News
Transcript
00:01Aaaaaaaaaaaaah
00:09Satsang with some will be here now,
00:12and when they come to the hospital is like,
00:16we are going to get to the hospital for many people,
00:21so we are in the hospital that they kommer down.
00:25Uh, we keep this hospital like,
00:27you have the people of Delhi life.
00:29And I have hard working on people.
00:33They don't have that brain.
00:36I'm not sure about this.
00:39We don't have a mind for them.
00:43My home is a Mum,
00:44not a Mum,
00:46not a Mum.
00:49My home is a Mum,
00:50but I have to take care.
00:54I will not be able to do this with the situation.
00:59I will not be able to do this.
01:03I will not be able to do this with the situation.
01:06I am not sure what the city is doing, but I am very concerned.
01:13I am not sure what the city is doing.
01:19I am not sure what the city is doing.
01:26I am not sure what the city is doing.
01:33This is the place where we are living in our house, and we are living in our house, and we
01:37are living in our house.
Comments

Recommended