Skip to playerSkip to main content
  • 6 hours ago
ধুবুৰী: ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ সাংসদ ৰকিবুল হুছেইনে গৰাখহনীয়া সম্পৰ্কে আগবঢ়াই কেইবাটাও মন্তব্য । ধুবুৰী জিলাখনত পাঁচটাকৈ বিধানসভা সমষ্টিয়েই বৰ্তমান গৰাখহনীয়াৰ কবলত পৰা বুলি মন্তব্য সাংসদ গৰাকীৰ । স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলগীয়া কিছু কাম আছে বুলিও তেওঁ উল্লেখ কৰে । চৰকাৰী বিষয়া আৰু নতুন বিধায়কসকলক মাতি আনি আলোচনা কৰাৰ কথাও তেওঁ সদৰী কৰে ।সাংসদ পুঁজি আৰু বিধায়ক পুঁজিৰ জৰিয়তে অস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয় বুলি সাংসদ ৰকিবুল হুছেইনে জানিবলৈ দিয়ে । গৰাখহনীয়া অঞ্চল পৰিদৰ্শন আৰু APDCL কমিটীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ধুবুৰী উপস্থিত হোৱা সাংসদগৰাকীৰ লগত ধুবুৰীৰ বিধায়ক বেবী বেগম, গৌৰীপুৰৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, পৰ্বতঝোৰাৰ বিধায়ক আশ্ৰাফুল ইছলামকে ধৰি অন্যান্য কংগ্ৰেছ নেতা-কৰ্মী সকল উপস্থিত থাকে ।লগতে পঢ়ক: সৰুপথাৰত কৃষকক দিবলগীয়া বীজ-সাৰ কাৰ্যালয়ৰ গুদামতে নষ্টচৰকাৰী কাৰ্যালয় নে ভূতবাংলা ! নলবাৰীত কদৰ্যময় পৰিৱেশত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

Category

🗞
News
Transcript
00:00I think we are going to have a Disaccommitary meeting.
00:03We are going to have a Disaccommitary meeting.
00:07Convergence, we are going to have temporary protection,
00:15we are going to have permanent protection,
00:19geobank etc.
00:21We are going to have a concern.
00:27Just the state of this camp is going in the middle of the Flamesch.
00:32We were going to have a better time.
00:35When we asked the Prime Minister,
00:40the government was going to have another government.
00:42The government is not political,
00:46we are going to be going to have a better place.
00:53yes I will treat first world critical
01:15We have a permanent protection of our government.
01:17We have a national problem.
01:26We have a district in our district.
01:28We have to do that.
01:31We have to do that.
01:33We have to do that.
01:37We have to do this.
01:40Our district, local people, have to do this.
01:44We have to report them on the term,
01:46and we have to do that.
01:48We only have to report them on the term.
02:17Thank you very much.
02:47Thank you very much.
02:51Thank you very much.
Comments

Recommended