Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
3 months ago
মাজুলী : ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যোতিস্মান দত্তই । মাজুলীৰ কাৰাটে-দ্য একাডেমীৰ খেলুৱৈ তথা ন-অসমীয়া প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত জ্যোতিস্মান দত্ত ।উত্তৰাখণ্ডৰ কাৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জ্যোতিস্মান দত্তই । নিজৰ একাগ্ৰতা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বলত জ্যোতিস্মানে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ।মাজুলী কাৰাটে-দ্য একাডেমীৰ পৰিচালক তথা প্ৰশিক্ষক কাৰ্তিক সৰকাৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিবলৈ সক্ষম হৈছে জ্যোতিস্মান । জ্যোতিস্মানৰ এই কৃতিত্বই সমগ্ৰ মাজুলীবাসীক গৌৰৱান্বিত কৰি তুলিছে । শুকুৰবাৰে জ্যোতিস্মান দত্তই অধ্যয়ন কৰা কমলাবাৰীৰ ন-অসমীয়া প্ৰাথমিক বিদ্যালয়ত গামোচাৰে সম্বৰ্ধনা জনায় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে মাতৃগোটৰ সদস্যাসকলে ।লগতে পঢ়ক :লাভলীনাৰ খোজত খোজ দি বিশ্বজয়ৰ লক্ষ্যৰে আগবাঢ়িছে নগাঁৱৰ আস্থা
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
1:36
|
Up next
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
6 weeks ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
7 weeks ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
7 weeks ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
7 weeks ago
1:09
সোলেঙী নৈয়ে গহপুৰত খহালে পকী দলং, যাতায়ত বিচ্ছিন্ন
ETVBHARAT
7 weeks ago
1:46
कमिश्नर कार्यालय परिसर में पानी की टंकी पर चढ़ा युवक; जमीन पर कब्जे और मारपीट का आरोप, आश्वासन के बाद नीचे उतरा
ETVBHARAT
20 minutes ago
2:18
मध्य प्रदेश में 16 अक्टूबर से चलेगा सिर्फ कैश और कार्ड! पेट्रोल पंप एसोसिएशन का नया रुल
ETVBHARAT
22 minutes ago
1:27
दिल्ली में नाबालिग से दुष्कर्म-हत्या पर भड़कीं प्रियंका, राहुल ने पूछा- महिला सुरक्षा की जिम्मेदारी आखिर किसकी है?
ETVBHARAT
25 minutes ago
1:29
তৃণমূল এখন 'আমরা সর্বহারা', প্রতীক-নাম নিয়ে কটাক্ষ দিলীপের
ETVBHARAT
29 minutes ago
5:23
बूंदी में डोटासरा व जूली का बीजेपी पर हमला, बोले-जहां बहुमत नहीं, वहां बीजेपी करती है मारा-मारी, पार्षदों को डराकर बना रही बोर्ड
ETVBHARAT
29 minutes ago
2:09
ডিমা হাছাওত জনগণনা ২০২৭ৰ ডিজিটেল স্ব-গণনা আৰম্ভ
ETVBHARAT
7 weeks ago
2:21
জীয়াঢলৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বৈদ্যুতিক পৰিবাহী তাঁৰৰ খুঁটা, ধেমাজিত হাহাকাৰ
ETVBHARAT
7 weeks ago
2:23
দৌলাশালত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন নাৰায়ণ ডেকাৰ
ETVBHARAT
7 weeks ago
2:56
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
ETVBHARAT
2 months ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
2 months ago
1:32
জোনাইৰ বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
2 months ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
2 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
2 months ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
2 months ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
3 months ago
0:58
ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন
ETVBHARAT
3 months ago
1:53
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা
ETVBHARAT
3 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
4 months ago
0:41
বিহাৰৰ নতুন 'সম্ৰাট' ! ৰাজ্যপালে পাঠ কৰোৱালে শপতবাক্য
ETVBHARAT
5 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
5 months ago
Comments