Skip to playerSkip to main content
  • 15 hours ago
শিৱসাগৰ: শিৱসাগৰ জিলাৰ তিনিটা সমষ্টিৰ ভোটগণনা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আৰম্ভ হৈছে । ইয়াৰ লগে লগে জিলাখনৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ প্ৰাৰ্থীৰ লগতে প্ৰতিটো দলৰ সমৰ্থকৰ মাজত হৃদস্পন্দনো বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত বক্তব্য় ৰাখি বিজয় নিশ্চিত বুলি দাবী কৰিছে ।ভোটগণনাৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ, ডিমৌ আৰু নাজিৰা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ক্ৰমে ৰাইজৰ দলৰ অখিল গগৈ, কংগ্ৰেছ দলৰ অজয় গগৈ আৰু দেৱব্ৰত শইকীয়াই নিজ নিজ জয়ৰ সম্ভাৱনা আছে বুলি মন্তব্য় কৰিছে । এই সন্দৰ্ভত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে কয়, "ৰাইজৰ দলৰ ১৩গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইকেইগৰাকীয়ে বিজয়ী হোৱাৰ আশা প্ৰকাশ কৰিছো । অসমৰ ৰাইজে আজি আকাংক্ষিত পৰিৱৰ্তন দেখিবলৈ পাওক । সাম্প্ৰদায়িক, ফেচীবাদী শক্তি বিজেপিৰ হাতৰ পৰা বিৰোধী ঐক্য়মঞ্চৰ হাতলৈ আহক । বিৰোধী ঐক্য়মঞ্চই ৭০খনৰো অধিক আসন লাভ কৰিব ।"লগতে পঢ়ক:বিধানসভা নিৰ্বাচনৰ ভোটগণনা: অসম, পশ্চিম বংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীত কোনে মাৰিব বিজয়ৰ হাঁহিতৃতীয়বাৰৰ বাবে দিছপুৰ দখল কৰিব পাৰিবনে এনডিএই ? কি হ'ব বিৰোধীৰ ?

Category

🗞
News
Transcript
00:00There are many cases.
00:02There are three cases of cops...
00:05There are many cases, but...
00:09There are hundreds of $100 dollars.
00:15There are several cases that are $100 dollars.
00:19This is also the case where weeteen and we use the $100 dollars.
00:57Thank you so much this presentation and thank you.
00:59and his information on Instagram is available for more than possible.
01:02So, it is available in the People's years in the past and it is available for more than a month.
01:11And the best investors in the country is available for more than another years than a month.
01:21This is a huge challenge.
01:24We need to be a global organization.
01:30The people have had a great opportunity.
01:45And the next step, the case of the government is very easy to see some of the people who are
01:51even more fortunate,
01:54and the other people who are involved in the community are very well-reviewed.
02:00And I want to thank the President and the President to have the time to talk about this.
02:03I am the President and the President will continue to speak with the government.
02:0770 plus
02:0870 plus
02:0970 plus
02:1070 plus
02:38...
02:40...
02:40...
02:40...
02:42We all know about Ragaja, today at the luring Sabahara film.
02:44I was fortunate to have taken a visit to state, said to 때문에 irramburi,
03:01our visited spirit.
03:01I was asses industries in our work and private company and am very fond of our pracy
03:05In DH ils have thought I was considered ill.
03:07You
Comments

Recommended