Skip to playerSkip to main content
  • 22 hours ago
যোৰহাট: বুধবাৰে পুনৰ যোৰহাটত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী ৷ পশ্চিম যোৰহাটৰ টিলিকি আম চাহ বাগিচাৰ আশে-পাশে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা আন এটা নাহৰফুটুকী বুধবাৰে পিঞ্জৰাবদ্ধ হয় । উল্লেখ্য যে, নাহৰফুটুকীটোৰ বাবে দীৰ্ঘদিন ধৰি ভয়-শংকাৰ মাজেৰে ৰাইজে দিন অতিবাহিত কৰিব লগা হৈছিল ৷ ফলস্বৰূপে যোৰহাট বন বিভাগে উক্ত অঞ্চলত এটা পিঞ্জৰা পাতে, অৱশেষত বুধবাৰে পিঞ্জৰাবদ্ধ হয় মতা নাহৰফুটুকীটো ।৪ জুলাইত উক্ত বাগিচাখনতেই আন এজনী মাইকী নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল । বর্তমান যোৰহাট আঞ্চলিক বন বিষয়াৰ কার্যালয়ত ৰখা হৈছে নাহৰফুটুকীটো । এই সন্দৰ্ভত বন বিষয়াই কয়,"প্ৰচণ্ড গৰমৰ বাবে নাহৰফুটুকীটো অৱশ হৈ পৰিছিল ৷ বৰ্তমান বাঘটোৰ গাত পানী ঢালি দিয়া হৈছে আৰু ঠাণ্ডা ঠাইত ৰখা হৈছে ৷" উল্লেখ্য যে, এসপ্তাহৰ ভিতৰতে যোৰহাটত নাহৰফুটুকী ধৰা পৰাৰ এইটো তৃতীয়টো ঘটনা ।লগতে পঢ়ক: গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী

Category

🗞
News
Transcript
00:00Okay.
00:00My household was the only one.
00:06I had a lot of friends,
00:08I was the only one.
00:12I was the only one.
00:13I got a lot of friends.
00:45I'm going to get home and get home.
00:46And I'm going to get home.
00:50I'm going to get home.
00:53Do you have any questions?
00:56Do you have any questions?
01:10Do you have any questions?
01:12How are you?
01:12How are you?
01:13the
01:15the
01:15the
01:16the
01:17the
01:17the
01:17the
01:29the
01:30I was working with the staff and staff and staff at the local office, and I had to work with
02:00the staff.
02:00We are now in the U.S. Department of Commerce, and we are now in the U.S. Department of
02:11Commerce, and we are now in the U.S. Department of Commerce.
Comments

Recommended