Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ ৰকিবুল হুছেইনে
2 months ago
নগাওঁ: চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক লগত লৈ ভোটদান কৰিলে সাংসদ ৰকিবুল হুছেইনে । সাংসদগৰাকীয়ে সপৰিয়ালে কৰৈগুৰী মজলীয়া বিদ্যালয়ৰ ১৯৫ নং ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰি হুছেইনে কয়, "এইটো এটা আমাৰ গণতান্ত্ৰিক অধিকাৰ ৷ এই স্কুলখনতেই মই সদায় ভোট দিওঁ ৷ মোৰ পৰিয়ালে ভোট দিয়ে ৷ আজিও আমি পৰিয়ালৰ সৈতে আহিছো ৷ আমি ভোট দিছো আৰু গণতান্ত্ৰিক যি অধিকাৰ সেয়া সাব্যস্ত কৰিছো ৷ আওপকীয়াকৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক কটাক্ষ কৰি সাংসদগৰাকীয়ে এইবাৰৰ নিৰ্বাচনত এফালে ৰাইজ আৰু আনফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি কয়, "এইবাৰ সেইজনৰ বিপৰীতে কোনো দল নাই ৷ ৰাইজৰ সৈতে সেইজনৰ নিৰ্বাচনী যুদ্ধ ৷ গতিকে নিশ্চয়কৈ ৰাইজৰ জয় হ’ব ৷কংগ্ৰেছ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ লগতে পঢ়কবিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাইগুৱাহাটী মহানগৰত ভোটাৰৰ মাজত উছাহ, ১০ লাখ ভোটাৰে নিৰ্ণয় কৰিব ২৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
Category
🗞
News
Transcript
Display full video transcript
00:00
I
00:59
Thank you very much.
01:15
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:34
|
Up next
উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, ৩ জনৰ মৃত্যু
ETVBHARAT
2 weeks ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
2 weeks ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
3 weeks ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
4 weeks ago
3:08
বিৰোধী ঐক্য়মঞ্চই ৭০খনৰো অধিক আসন লাভ কৰিব : অখিল গগৈ
ETVBHARAT
5 weeks ago
1:37
উজলিছে মৰিগাঁৱৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন
ETVBHARAT
6 weeks ago
5:48
মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি
ETVBHARAT
7 weeks ago
8:28
পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?
ETVBHARAT
7 weeks ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
7 weeks ago
2:23
জোনাইত ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন
ETVBHARAT
2 months ago
1:52
আমি এনডিএ হিচাপে চৰকাৰ বনাম : হাগ্ৰামা মহিলাৰী
ETVBHARAT
2 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
2 months ago
4:48
নলবাৰী জিলাৰ ৬ লক্ষাধিক ভোটাৰৰ বাবে ৮২৫ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া
ETVBHARAT
2 months ago
0:34
মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰিছে: বদৰুদ্দিন আজমল
ETVBHARAT
2 months ago
4:10
বহু প্ৰতিশ্ৰুতিৰে শেষৰটো দিনত মনোনয়ন দাখিল কৰিলে জীৱন চুতীয়াই
ETVBHARAT
3 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
3 months ago
4:56
মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মনোনয়ন দাখিল
ETVBHARAT
3 months ago
4:07
ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন নকৰে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে
ETVBHARAT
3 months ago
2:46
পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ নাজিৰাৰ পৰা ময়ূৰ বৰগোহাঁইৰ মনোনয়ন দাখিল
ETVBHARAT
3 months ago
2:21
লোকাৰণ্য হৈ পৰিছে দক্ষিণ কামৰূপৰ শ্ৰীশ্ৰী হিন্দাল প্ৰভু মন্দিৰৰ প্ৰাংগন
ETVBHARAT
4 months ago
6:09
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
7 months ago
1:03
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
9 months ago
4:02
ਇੱਕ ਪਿੰਡ, ਇੱਕ ਰਾਤ, 25 ਦੇ ਕਰੀਬ ਮੋਟਰਾਂ ਚੋਰੀ: ਦੁਖੀ ਕਿਸਾਨਾਂ ਦੀ ਚੋਰਾਂ ਨੂੰ ਅਪੀਲ, ਸਕੈਨਰ ਲਗਾ ਦਿਓ, ਪੈਸੇ ਪਾ ਦਿਆ ਕਰਾਂਗੇ !
ETVBHARAT
18 minutes ago
2:43
વિસનગરમાં ભાજપના પાલિકાના કોર્પોરેટરનો આપઘાત, કારણ અકબંધ: પોલીસે શરૂ કરી તપાસ
ETVBHARAT
20 minutes ago
3:02
कुरुक्षेत्र में CM सैनी की सौगात, सोमनाथ दर्शन के लिए विशेष ट्रेन को दिखाई हरी झंडी
ETVBHARAT
20 minutes ago
Comments