Skip to playerSkip to main content
  • 2 minutes ago
জোনাই : ৰাজ্যজুৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে জোনাই বিধানসভা সমষ্টিত ৰাইজে যাতায়াতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত সমষ্টিটোৰ একাংশ অঞ্চলৰ উন্নয়নৰ বাস্তৱ ছবিয়ে বিগত ৰাজ্য চৰকাৰ প্ৰকৃত উন্নয়নৰ জয়গানৰ প্ৰকৃতস্বৰূপ উদঙাইছে । ইয়াৰে ৮০ নং জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহিৰ চিলে গাঁও পঞ্চায়তৰ জলডুবি গাঁৱৰ ৰাইজে আজিও বিধ্বস্ত বোকাময় পথ আৰু জৰাজীৰ্ণ বাঁহৰ দলঙৰে যাতায়াত কৰিবলৈ বাধ্য হৈ আছে।  গাঁওখনৰ ৰাইজে যাতায়াতৰ বাবে ব্যৱহাৰ কৰা এই একমাত্ৰ পথটো নিৰ্মাণৰ দাবীত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন জনাইছে যদিও আজিকোপতি কোনো সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । বিগত সময়ত জনপ্ৰতিনিধিসকলে দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়া যেন ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় একাংশ ৰাইজে । সেয়ে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে যাতায়াত ব্যৱস্থা সুচল কৰিবৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ।  লগতে পঢ়ক:মৰণক শৰণ দি প্ৰতিদিনে বিদ্যালয়লৈ যাত্ৰা এদল শিক্ষাৰ্থীৰখহনীয়াৰ কবলত আয়ুষ্মান আৰোগ্য মন্দিৰ-বিদ্য়ালয়; দলং নিৰ্মাণ নকৰিলে বিধায়কক দিব প্ৰত্য়ুত্তৰ

Category

🗞
News
Transcript
00:28Transcribed by ESO, translated by —
00:58Transcription by CastingWords
01:28Transcription by CastingWords
01:58Transcription by CastingWords
02:28Transcription by CastingWords
02:58Transcription by CastingWords
03:28Transcription by CastingWords
03:57Transcription by CastingWords
04:26Transcription by CastingWords
04:55Transcription by CastingWords
05:25Transcription by CastingWords
05:55Transcription by CastingWords
06:01Transcription by CastingWords
Comments

Recommended