Skip to playerSkip to main content
  • 2 days ago
হাফলং: ব'হাগৰ পহিলা দিনাটোতে ডিমা হাছাও জিলাৰ মাইবাং বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ২ টা ঘৰ ভস্মীভূত হয় ৷ জানিব পৰা মতে, বুধবাৰে পুৱা ৫ মান বজাত ডিমা হাছাওৰ মাইবাং বজাৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা হয় ৷ যাৰ বাবে লক্ষাধিক মূল্যৰ সম্পত্তি ভস্মীভূত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ স্থানীয় লোকে অভিযোগ কৰা মতে, পুৱা পাঁচমান বজাত মাইবাং বজাৰত এই অগ্নিকাণ্ডৰ ঘটনা সংগঠিত হয় আৰু তেতিয়া কিছু ৰে'লযাত্ৰীয়ে জুই লগৰ বিষয়টো প্ৰত্যক্ষ কৰে ৷ তাৰ পাছতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ভুক্তভোগী এগৰাকী ব্যৱসায়ীয়ে কয়,"বিহু বুলি মঙলবাৰে সাত লাখ টকাৰ সামগ্ৰী দোকানত ভৰাইছিলো ৷ পূৰ্বৰে পৰা প্ৰায় ন লাখ টকাৰ সামগ্ৰী আছিল ৷ এতিয়া সকলো শেষ ৷"আনহাতে এগৰাকী স্থনীয় লোকে কয়,"এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷ যাৰ বাবে আঠখনকৈ দোকান ভস্মীভূত হয় ৷"লগতে পঢ়ক:ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক চৰমসীমা; ক্ষতিগ্ৰস্ত পৰিয়ালক ধন মোকলাই নিদিলে বন্ধ কৰিব নিৰ্মাণকাৰ্য

Category

🗞
News
Transcript
00:00We are going to open the first place.
00:02First, the wine shop.
00:04The restaurant, and the disco bakery.
00:06The disco bakery is a free shop.
00:10The electric shop is a free shop.
00:13The free shop is a free shop.
00:14The food store is a free shop.
00:17The shop is a free shop.
00:50of 1,000 to 1,000 to 9,000 to 8,000.
00:54I think there are many people who are lost.
01:00What do you think about it?
01:02I think it's important to imagine that.
01:04I think it's a lot of loss here.
01:07I think I've lost my money.
01:09I've lost my money.
01:10I've lost my money.
01:11I've lost my money.
01:12I've lost my money.
01:14I've lost my money.
01:16I've lost my money.
01:22I've lost my money.
01:24Why don't I have lost my money?
01:25I've lost my money for 100 and 200.
01:28I've been in the streets.
01:31I've lost my money.
01:33I've lost my money.
01:35What happened to me?
01:40So, I've lost my money.
01:41I've lost my money.
01:41I've lost my money.
01:42I believe my money.
Comments

Recommended