Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
Follow
8 months ago
শিলচৰ : শিলচৰত হৃদৰোগত আক্ৰান্ত হৈ পঞ্চায়ত নিৰ্বাচনৰ এদিন পূৰ্বে এজন পোলিং বিষয়াৰ মৃত্যু হয় । ভোটকেন্দ্ৰলৈ যোৱাৰ পূৰ্বেই পুৱা নিজ ঘৰতে মৃত্যু ঘটে বিষয়াজনৰ । মৃত পোলিং বিষয়াজন নৰুল হক চৌধুৰী (৫৫) বুলি জানিব পৰা হৈছে ৷ নৰুল চৌধুৰীৰ ঘৰ শিলচৰ হাইলাকান্দি ৰোডত । শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰৰ তেওঁক সোনাই নন্দিৰগ্ৰামৰ এটা ভোটকেন্দ্ৰৰ পোলিং বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰিছিল প্ৰশাসনে । পুৱা নিজ ঘৰৰ পৰা শিলচৰ ৰামনগৰস্থিত আই এছ বি টি ষ্ট্ৰং ৰুমলৈ ভোটগ্ৰহণৰ সামগ্ৰী লৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে হঠ্যৎ নিজ ঘৰতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে বিষয়াজনৰ । তেওঁৰ এই আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, "মৃত নৰুল হক চৌধুৰী স্বাস্থ্য বিভাগৰ গ্ৰাম্য স্বাস্থ্য় পৰিদৰ্শক ৷ পুৱা নিৰ্বচনী কামত য়োৱাৰ সময়ত বুকুব বিষ হয় আৰু বাগৰি পৰে ৷ তেওঁক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷"লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন; শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰত কিমান প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ভোটযুদ্ধতশুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণ কৰ্মী-বিষয়া
Category
🗞
News
Transcript
Display full video transcript
00:00
My name is Nurelok Chaudhuri, Hila Gandhi Road, Mayerpur.
00:05
They are called the Public Health Center, Joint Director.
00:10
Election duty and IHBT has been taken to the hospital.
00:15
They have been taken to the hospital.
00:17
They have been taken to the hospital.
00:21
They have been taken to the hospital.
00:24
They have been taken to the hospital.
00:29
Earlier I said dance, then they have been taken to the hospital.
00:30
They have taken all of the hospital.
00:32
93 lineomic officer, incident last week and being taken.
00:39
These health care workers assassins but still have reported in sick and sick.
00:42
They have seen a cubitКА.
00:51
They have been taken to the hospital including the medical call.
00:58
Thank you so much for joining us.
Be the first to comment
Add your comment
Recommended
6:09
|
Up next
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
2 months ago
1:03
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
4 months ago
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1 year ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
2 months ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1 year ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1 year ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1 year ago
4:09
মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই
ETVBHARAT
4 weeks ago
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
8 months ago
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
9 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
5 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
8 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1 year ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1 year ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
9 months ago
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
1 year ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
9 months ago
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1 year ago
0:57
देव दीपावली पर जगमग संगम तट, दिखा भव्य नजारा - PRAYAGRAJ DEV DIWALI
ETVBHARAT
1 week ago
1:43
ఏపీలో ప్రీమియర్ ఎనర్జీస్ రూ.5,942 కోట్ల పెట్టుబడి - ఎక్స్లో తెలిపిన లోకేశ్
ETVBHARAT
1 week ago
1:48
हिमाचल से लेकर हरियाणा तक विदेश भेजने के नाम पर इस शख्स ने ठगे कई युवा, अब हुआ गिरफ्तार
ETVBHARAT
1 week ago
7:12
இருதய நோயாளிகளுக்கு அறுவை சிகிச்சை தேவையில்லை - அரசு மருத்துவமனையின் சத்தமில்லா சாதனை
ETVBHARAT
1 week ago
0:39
बैतूल के मुलताई का बदलेगा नाम, 3.5 सौ करोड़ से बनेगा मेडिकल कॉलेज हॉस्पिटल
ETVBHARAT
1 week ago
Be the first to comment