Skip to playerSkip to main content
  • 1 day ago
যোৰহাট : বুধবাৰে তিতাবৰ বান্দৰচলীয়া বেজৰ চুকত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। ঘটনাৰ বিবৰণি অনুসৰি, কুশ ওৰফে ফছো নামৰ ব্যক্তিজনে পুতুল গগৈ নামৰ লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। গৰু এটাক কেন্দ্ৰ কৰি এটা কাজিয়াৰ বাবেই এই হত্যা কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷স্থানীয় ৰাইজে কয়,"পথাৰত কাম কৰি থকা অৱস্থাতে কুশে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পুতুল গগৈক । ফলত গুৰুতৰভাবে আহত হয় পুতুল গগৈ ৷ লগে লগে সংকটজনক অৱস্থাত তিতাবৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় ৷ কিন্তু যোৰহাটৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । হত্যাকাৰী কুশক ফাঁচী দিব লাগে ৷"ইফালে ঘটনা সংঘটিত কৰিয়ে হত্যাকাৰী কুশ ওৰফে ফছো বাগানৰ মাজেৰে পলায়ন কৰে যদিও তিতাবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰীক । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।লগতে পঢ়ক : অসম-নাগালেণ্ড সমস্যাক লৈ সৰুপথাৰত আছুসহ তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ

Category

🗞
News
Transcript
00:02foreign
00:30I would have been saying,
00:31I am not looking at them,
00:33but then I would like to say,
00:36I would have been talking to you
00:37and I would say,
00:39I know I haven't heard of anything.
00:41I have this thing.
00:42I know they are too.
00:44I need to think about it.
00:45Then I would say,
00:46when my mother is hungry,
00:47I would say that.
00:48My son,
00:49I got that.
00:51I would have been talking about it.
00:53I'm watching you.
00:54They say that a word, they said that they had to eat.
01:01Say that you heard them.
01:03They said that they were to eat.
01:11What else is that?
01:12What else did you hear?
01:14I said that they made them eat.
01:20What do you say?
01:23What do you hear?
01:23What else do you hear?
01:24I was in the garden of Malala, I was in the garden of Malalaisi.
01:33the day I am a lot of more boys and I love my mates or come on at all day
01:37money I
01:37get color man off of all
Comments

Recommended