Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
5 weeks ago
মৰাণ: ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰা আলিকিনাৰ গাঁৱত কেইবা কোটি টকা মূল্যৰ ড্ৰাগছৰ লগতে নগদ ১৪ লাখ ৬ হাজাৰ ৬০০ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে । টিংখাং আৰক্ষীয়ে মাহমৰা আলিকিনাৰ গাঁৱৰ মনোজ গগৈ নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই তেওঁৰ বাসগৃহৰ পৰা এই নগদ ধন উদ্ধাৰ কৰে । লগতে ঘৰৰ পিছফালে ৰখা এখন বলেৰ’ পিকআপ বাহনত লুকুৱাই থোৱা অৱস্থাত ১.৫ কিলোগ্ৰাম ড্ৰাগছো উদ্ধাৰ কৰে । ১০৭ টা চাবোনৰ বাকচত ভৰাই কেইবা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি কৌশলেৰে লুকুৱাই থৈছিল । অৱশ্যে আৰক্ষীৰ এই অভিযানৰ উমান পাই মূল অভিযুক্ত মনোজ গগৈয়ে ঘৰৰ পৰা পলায়ন কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে । লগতে পঢ়ক:ড্ৰাগছ বিৰোধী সজাগতা সভা, অভিভাৱকলৈ বিশেষ আহ্বান৮ কোটি টকা মূল্যৰ য়াবা টেবলেটসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
00:58
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
3:40
|
Up next
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
3 weeks ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
3 weeks ago
3:02
টিহুৰ নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত ভয়ংকৰ অগ্নিকাণ্ড
ETVBHARAT
3 weeks ago
1:43
গৃহস্থ নথকাৰ সুযোগতে চোৰৰ চাফাই অভিযান, তিনি লাখৰো অধিক মূল্যৰ সোণ-নগদ ধন লুট
ETVBHARAT
4 weeks ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
4 weeks ago
1:03
अभिनेता रुहुल्ला मेहदीला अमली पदार्थांच्या तस्करीप्रकरणी अटक, बॉलीवुडमध्ये खळबळ
ETVBHARAT
54 minutes ago
4:09
ભરૂચના શિયાલીમાં આવેલું શિવજીનું અનોખું ધામ, અમરનાથના બાબા બર્ફાની જેવી થાય અનુભૂતિ
ETVBHARAT
1 hour ago
3:50
Sawan Special: पुष्कर का वो शिवालय, जहां महादेव का क्रोध शांत करने के लिए ब्रह्मा जी ने की थी शिवलिंग की स्थापना
ETVBHARAT
1 hour ago
2:12
खेल-खेल में बच्चों के सपनों को पंख दे रहीं मुममुन भट्टाचार्य, एक स्मार्टफोन से शुरू हुई शिक्षण यात्रा जो राष्ट्रपति भवन तक पहुंची
ETVBHARAT
2 hours ago
5:23
पांच हजार साल पुराने इतिहास का खजाना समेटे है DDU का संग्रहालय, जानिए क्या कहते हैं एक्सपर्ट्स?
ETVBHARAT
8 hours ago
1:26
বানাক্ৰান্তক সাহাৰ্য প্ৰদান উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ
ETVBHARAT
4 weeks ago
2:29
শিৱসাগৰত বানপীড়িক বিধায়ক মেহবুব মুক্তাৰৰ সাহাৰ্য বিতৰণ
ETVBHARAT
4 weeks ago
0:33
ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু
ETVBHARAT
5 weeks ago
1:51
শাওনৰ প্ৰথম সোমবাৰে টিহুৰ শিৱ মন্দিৰত ভক্তৰ সমাগম
ETVBHARAT
5 weeks ago
1:11
স্কেটিং খেলেৰে অসমৰ কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা
ETVBHARAT
6 weeks ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
6 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
7 weeks ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
7 weeks ago
2:17
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
2 months ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
3 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
4 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
Comments