Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
3 months ago
তিনিচুকীয়া: এগৰাকী বিজেপি সমৰ্থক । সমৰ্থকগৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমৰ সমীপৱৰ্তী বৰহাপজানৰ পৰা পদযাত্ৰা আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক ৰাজেশ মহাননে । কেৱল পদযাত্ৰাই নহয়, সমগ্ৰ শৰীৰত অংকিত কৰি ল'লে বিজেপিৰ শীৰ্ষ নেতাসকলৰ টাটু ।ৰাজেশ মহাননে জানিবলৈ দিয়া মতে, ২০২২ চনৰ পৰা ২০২৬ চনলৈকে তেওঁ দেশৰ ১৮ খন ৰাজ্য ভ্ৰমণ কৰি বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই আহিছে । এই দীৰ্ঘ ভ্ৰমণৰ সময়ছোৱাত দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল । সেই সময়তে ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত গুৱাহাটীত আহি সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁক আহ্বান জনাইছিল বুলি ৰাজেশ মহাননে উল্লেখ কৰে । এতিয়া মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই পদযাত্ৰা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে ।লগতে পঢ়ক: যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন, পথৰ বাবেই বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়েগণেশগুৰি উৰণ সেতুৰ তলত নতুন ৰূপত জিলিকিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:30
I will be able to go to my hospital.
00:35
I will be able to go to my hospital and get a job.
00:39
I will be able to go to my hospital for a while.
Show less
Comments
Log in to post a comment
Recommended
2:48
|
Up next
মইনাপৰীয়া নামঘৰত মাহজোৰাকৈ ভাদমহীয়া নাম প্ৰসংগ
ETVBHARAT
5 weeks ago
1:36
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
7 weeks ago
2:14
মঙলদৈত ড্ৰাগছসহ নগদ ধন জব্দ, ৩ জনক আটক
ETVBHARAT
7 weeks ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
7 weeks ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
7 weeks ago
3:14
కనుల పండువగా శ్రీవారి గరుడోత్సవం - పోటెత్తిన భక్తజనం
ETVBHARAT
14 minutes ago
2:28
वीडियो नहीं होता तो TTE साहब जेल में होते; टिकट मांगने पर युवती ने फाड़े कपड़े, AI से पूछा- ट्रेन में कौन सी पुलिस होती है
ETVBHARAT
18 minutes ago
3:49
'ମାଇନ୍ ଇକୋନୋମିରୁ ମାଇଣ୍ଡ ଇକୋନୋମି':ଖୁବଶୀଘ୍ର ନରାଜରେ ପ୍ରତିଷ୍ଠା ହେବ ଓଡ଼ିଶା ସିଲିକନ ଭ୍ୟାଲି
ETVBHARAT
18 minutes ago
1:47
ମଧ୍ୟପ୍ରଦେଶ ଦୁର୍ଘଟଣାରେ ଓଡ଼ିଆଙ୍କ ମୃତ୍ୟୁ; ୫ଲକ୍ଷ ଲେଖାଏଁ ସହାୟତା ଘୋଷଣା କଲେ ମୁଖ୍ୟମନ୍ତ୍ରୀ, ଆଜି ପହଁଚିବ ମୃତଦେହ
ETVBHARAT
35 minutes ago
0:16
गिरिडीह में छात्रों की पिटाई के बाद दो पक्षों में तनाव, भारी पुलिस बल की तैनाती
ETVBHARAT
47 minutes ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
7 weeks ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
7 weeks ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
7 weeks ago
2:56
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
ETVBHARAT
2 months ago
1:12
সাপ, বেং, বিষাক্ত কীট পতংগৰ বাবে ঘৰলৈ যাব পৰা নাই বন্যাৰ্ত, ব্লিছিং পাউদাৰ-ফেনাইল যোগানৰ আহ্বান
ETVBHARAT
2 months ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
2 months ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
2 months ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
2 months ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
2 months ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
2 months ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
3 months ago
0:58
ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন
ETVBHARAT
3 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
4 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
5 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
5 months ago
Comments