Skip to playerSkip to main content
  • 2 days ago
হাফলং: ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত হাতীখালীৰ মাতলাংপাইত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত দুজন যুৱকে প্ৰাণ হেৰুৱাইছে । যুৱক দুজনে এখন মটৰ চাইকেলত হাতীখালীৰ পৰা লামডিং অভিমুখে যোৱাৰ সময়ত দেওবাৰে নিশা মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পথ বিভাজকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।  স্থানীয় লোকে উল্লেখ কৰা মতে, এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়ো মটৰচাইকেল আৰোহীয়ে ঘটনাস্থলীতে নিহত হয় । নিহত দুজন যুৱক হৈছে হাতীখালীৰ কামাথিপুৰৰ বাসিন্দা মোহিত ৱাৰিছা আৰু লাংৰডিছাৰ বাসিন্দা বিশাল লাংথাছা । এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "যুৱক দুজনে লামডিঙলৈ আহি থাকোতেই দুৰ্ঘটনাটো সংঘটিত হয় ।" লগতে পঢ়ক:স্কুল ভেনত খুন্দা মাৰিলে ৰে'লে, বংগত কেইবাটিও শিশু নিহতদুৰ্ঘটনাত পতিত বিজেপি বিধায়ক ভূপেন ৰয়

Category

🗞
News
Transcript
00:01Do you have a little enough chance of needing enough fun?
00:07sindaco
00:08do you have another chance of wearing it?
00:16I have 17 months.
00:17I'm 18 months as I had to pay attention.
00:22Now I have to pay attention.
00:26Now I have to pay attention.
00:27And then I have to pay attention.
Comments

Recommended