Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
শিৱসাগৰত বানপীড়িক বিধায়ক মেহবুব মুক্তাৰৰ সাহাৰ্য বিতৰণ
4 weeks ago
ধিং: ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে শিৱসাগৰৰ বানপীড়িত মাজত সাহাৰ্য বিতৰণ কৰে । ৰাইজৰ দলৰ সভাপতি তথা অখিল গগৈৰ সমষ্টিটোত হোৱা ভয়ংকৰ বানপানীত হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈ আছে । খাদ্যৰ তীব্র সংকটৰ মাজতে বিধায়ক মেহবুব মুক্তাৰে নিজে খাদ্যৰ টোপোলা লৈ বানপীড়িতৰ ঘৰে ঘৰে বিতৰণ কৰে ।বানপানীয়ে শিৱসাগৰত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত এতিয়ালৈকে কেইবাজনো লোকৰ মৃত্যু হৈছে । এতিয়াও বহু পৰিয়ালৰ ঘৰ পানীৰ তলতে আছে । ঠাই বিশেষে পানীৰ স্তৰ কিছু পৰিমাণে কমিছে যদিও বহু মানুহ এতিয়াও ৰে’ল লাইনৰ ওপৰতে আশ্ৰয় ল'বলগীয়া হৈছে । ইয়াৰ মাজতেই বিধায়কগৰাকীয়ে নাৱত উঠি শিৱসাগৰৰ বিভিন্ন ঠাইত এইদৰে বান সাহাৰ্য বিতৰণ কৰে ।লগতে পঢ়ক:মাহমৰাত বলীয়া বানে ১৫ জনৰ প্ৰাণ কাঢ়িলে; সমষ্টিবাসীক সম্পূৰ্ণ সহায়ৰ আশ্বাস বিধায়কৰবন্যাৰ্তৰ কাষলৈ যাবলৈ সাজু কলাগুৰু থিয়েটাৰ পৰিয়াল
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
1:54
|
Up next
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
2 weeks ago
2:14
মঙলদৈত ড্ৰাগছসহ নগদ ধন জব্দ, ৩ জনক আটক
ETVBHARAT
3 weeks ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
3 weeks ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
3 weeks ago
1:43
গৃহস্থ নথকাৰ সুযোগতে চোৰৰ চাফাই অভিযান, তিনি লাখৰো অধিক মূল্যৰ সোণ-নগদ ধন লুট
ETVBHARAT
4 weeks ago
3:52
ઈડરમાં ડબલ મર્ડરની ઘટના: 8 વર્ષના બાળકની હત્યામાં આરોપીની પૂછપરછમાં વર્ષ પહેલા મોટા ભાઈની હત્યાનો ભેદ ખૂલ્યો
ETVBHARAT
15 minutes ago
4:45
खेल-खेल में बच्चों के सपनों को पंख दे रहीं मुनमुन भट्टाचार्य, एक स्मार्टफोन से शुरू हुई शिक्षण यात्रा जो राष्ट्रपति भवन तक पहुंची
ETVBHARAT
19 minutes ago
1:33
ભવનાથ મહાશિવરાત્રિના મેળાનો રસપ્રદ ઇતિહાસ: જ્યારે બીજા વિશ્વયુદ્ધમાં ખાંડની અછતને કારણે શિવરાત્રિનો મેળો બન્યો હતો મુશ્કેલ
ETVBHARAT
20 minutes ago
4:27
बारिश में ही क्यों तैयार करनी चाहिए फलदार पौधों की नर्सरी, एक्सपर्ट ने बताई वजह
ETVBHARAT
26 minutes ago
1:09
आत्मानंद स्कूल में टॉयलेट की सुविधा नहीं, सड़क पर उतरे छात्र, शिक्षा व्यवस्था पर उठे सवाल
ETVBHARAT
29 minutes ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
4 weeks ago
1:51
শাওনৰ প্ৰথম সোমবাৰে টিহুৰ শিৱ মন্দিৰত ভক্তৰ সমাগম
ETVBHARAT
5 weeks ago
0:33
ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু
ETVBHARAT
5 weeks ago
1:49
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
ETVBHARAT
5 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
7 weeks ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
7 weeks ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
2 months ago
2:53
কেন্দ্ৰই ব্ৰহ্মপুত্ৰৰ খহনীয়া বুজি নাপায়: ৰকিবুল হুছেইন
ETVBHARAT
2 months ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
2 months ago
2:17
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
2 months ago
2:16
বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
ETVBHARAT
2 months ago
1:21
দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী টাবগে
ETVBHARAT
3 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
3 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
4 months ago
5:48
মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি
ETVBHARAT
4 months ago
Comments