Skip to playerSkip to main content
  • 5 days ago
ধুবুৰী: শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা ৷ দীৰ্ঘদিন ধৰি ধুবুৰীৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস চলোৱা পাঁচটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে ৷ চোৰ পাঁচটাৰ পৰা আৰক্ষীয়ে বহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ জালত পৰা পাঁচ গভাইত চোৰকেইটা অশোক আলী, ৰফিকুল আলী, জহিৰুল আলী, দুলাল আলী আৰু হেলাল আলী বুলি জানিব পৰা গৈছে ।ধুবুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসে কয়, "কিছুদিন পূৰ্বে ধুবুৰীৰ হৰিসভা মন্দিৰৰ পৰা বহু মূল্যৱান সামগ্ৰী চুৰি কৰিছিল চোৰে ৷ চিচি টিভিত বন্দী হোৱা দৃশ্য আৰু গোপন খবৰৰ ভিত্তিত বগুলামাৰীত অভিযান চলোৱা হয় ৷ ধুবুৰী সদৰ আৰক্ষী আৰু ৰাইডাৰ আৰক্ষীৰ দলে বগুলামাৰীৰ জহিৰুল আলীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰীসহ জব্দ কৰে । জহিৰুল আলীৰ ভাষ্য অনুসৰি অশোক আলী, ৰফিকুল আলী, দুলাল আলী আৰু হেলাল আলীক গ্ৰেপ্তাৰ কৰা হয় ৷"লগতে পঢ়ক : কলগাছিয়াত পথৰ মাজতে পুখুৰী সদৃশ গাঁত, সঘনাই দুৰ্ঘটনা

Category

🗞
News
Transcript
00:00Welcome to my CCDP and I'm here to talk to you about Rofiql Islam and that's how it started.
00:08This is a criminal.
00:12The criminal I asked is being sent to Karmad, who was talking about Rofiql Islam and they got a friend
00:18and found theCM.
00:23We will be able to get the capital position and recover from the silver market.
00:28We will be able to get the capital position and recover from the silver market.
01:15This is a very difficult time for us to be able to do the same thing in our country.
01:18This is a very difficult time for us to be able to do the same thing in our country.
01:22The HATKURC KRIMINAL was taken on a prison after the age of 9 times.
01:24The HATKURC KRIMINAL was taken from 2 days before a prison devastated.
01:30The HATKURC KRIMINAL who died in the dead-f professions were taken on a prison.
01:38This is a way to recover from the prison in the prison, with aột-fucket and a black house.
01:43foreign
Comments

Recommended