Skip to playerSkip to main content
  • 4 days ago
বাক্সা: আজি শাওন মাহৰ প্ৰথম সোমবাৰ ৷ এই পৱিত্ৰ দিনটোত নলবাৰী জিলাৰ টিহু চ’কস্থিত শিৱ মন্দিৰত অগণন ভক্তৰ সমাগম হৈছে ৷ এই সন্দৰ্ভত মন্দিৰ পৰিচালনা কৰা কমিটীৰ সদস্যই এজনে কয়, "এই মন্দিৰ ১৮৩৬ত অঞ্চলটোৰ একাংশ শিৱভক্ত  স্থাপন কৰিছিল  ৷ আজি আহি আহি এশ বছৰ অতিক্ৰম কৰিলে ৷ ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় ৷ আমি এই মন্দিৰৰ কাৰণে চৰকাৰৰ পৰা কোনো সাহাৰ্য লাভ কৰা নাই ৷ ভক্তসকলৰ দানবৰঙনিৰে আমি মন্দিৰ পৰিচালনা কৰি আহিছো ৷"  এগৰাকী ভক্তই কয়, "আমি প্ৰতিবছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ পৰিয়ালসহ আহো ৷ আমি আশাবাদী বিশ্বৰ সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে এই পৃথিৱীত বাস কৰিব পাৰো ৷"লগতে পঢ়ক:জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ

Category

🗞
News
Transcript
00:00Oh
00:30Oh
01:00I
01:01I
01:01I
01:02I
01:12I
01:14I
01:14I
01:28I
01:29I
01:31I
01:34I
01:36I
01:36I
01:37I
01:38I
01:39I
01:39I
01:40I
01:41I
01:42I
01:44I
01:44I
01:44I
01:44I
01:44I
01:45I
01:45I
01:46I
01:48I
01:48I
01:48I
01:49I
01:49I
01:49I
01:49I
Comments

Recommended