Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
চচলত প্ৰতিবাদত বাধা আৰক্ষীৰ: আটক বহু এছএফআই কৰ্মী
4 weeks ago
গুৱাহাটী: নীট প্ৰশ্নকাকত ফাদিল প্ৰসংগত প্ৰতিবাদ কৰিবলৈ অহা ষ্টুডেণ্টছ ফেডাৰেশ্ব'ন অফ ইণ্ডিয়াৰ কেইবাগৰাকী সদস্যক শনিবাৰে গুৱাহাটী আৰক্ষীয়ে আটক কৰে । সংগঠনটোৰ সদস্যসকলে চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদ কৰিবলৈ আহিছিল । কিন্তু আৰক্ষীয়ে প্ৰতিবাদ কৰাত বাধা আৰোপ কৰে আৰু সংগঠনটোৰ কেইবাগৰাকী সদস্যক আটক কৰি লৈ যায় । গণতান্ত্ৰিক মহিলা মৰ্চাৰ সম্পাদিকা মৈত্ৰী মিশ্ৰকো আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ।জানিব পৰা মতে দিনৰ ১ বজাৰ পৰা চচলত এছএফআইৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল । কিন্তু প্ৰতিবাদ আৰম্ভ কৰাৰ পূৰ্বে দিছপুৰ আৰু বশিষ্ঠ থানাৰ আৰক্ষী উপস্থিত হৈ চচলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে । চচলত বৃহৎ আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । আৰক্ষীয়ে বাহনসমূহো তন্নতন্নকৈ পৰীক্ষা কৰিছে ।লগতে পঢ়ক :অসমৰ সম্পদবোৰ যদি ৰাষ্ট্ৰীয়, সমস্যাবোৰ কিয় ৰাষ্ট্ৰীয় নহয় ? আছুৰ প্ৰশ্ন
Category
🗞
News
Transcript
Display full video transcript
00:09
Oh
00:30
I'm going to go to the station.
00:30
I'm going to go to the station.
Show less
Comments
Log in to post a comment
Recommended
1:54
|
Up next
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
2 weeks ago
1:39
শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
ETVBHARAT
3 weeks ago
1:36
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
3 weeks ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
3 weeks ago
1:09
সোলেঙী নৈয়ে গহপুৰত খহালে পকী দলং, যাতায়ত বিচ্ছিন্ন
ETVBHARAT
3 weeks ago
4:45
खेल-खेल में बच्चों के सपनों को पंख दे रहीं मुनमुन भट्टाचार्य, एक स्मार्टफोन से शुरू हुई शिक्षण यात्रा जो राष्ट्रपति भवन तक पहुंची
ETVBHARAT
9 minutes ago
1:33
ભવનાથ મહાશિવરાત્રિના મેળાનો રસપ્રદ ઇતિહાસ: જ્યારે બીજા વિશ્વયુદ્ધમાં ખાંડની અછતને કારણે શિવરાત્રિનો મેળો બન્યો હતો મુશ્કેલ
ETVBHARAT
9 minutes ago
4:27
बारिश में ही क्यों तैयार करनी चाहिए फलदार पौधों की नर्सरी, एक्सपर्ट ने बताई वजह
ETVBHARAT
15 minutes ago
1:09
आत्मानंद स्कूल में टॉयलेट की सुविधा नहीं, सड़क पर उतरे छात्र, शिक्षा व्यवस्था पर उठे सवाल
ETVBHARAT
19 minutes ago
0:50
શિષ્યવૃત્તિથી વંચિત વિદ્યાર્થીઓ માટે ABVPનું ગાંધીનગરમાં વિરોધ પ્રદર્શન, કલેક્ટરને આપ્યુ આવેદનપત્ર
ETVBHARAT
19 minutes ago
3:25
বানাক্ৰান্তৰ ঘৰ-দুৱাৰ, বোকাৰে ভৰা পথ পৰিষ্কাৰ কৰিবলৈ কাকৈজানাৰ পৰা ৰাওনা অৰ্ধ শতাধিক যুৱক
ETVBHARAT
3 weeks ago
2:21
জীয়াঢলৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বৈদ্যুতিক পৰিবাহী তাঁৰৰ খুঁটা, ধেমাজিত হাহাকাৰ
ETVBHARAT
3 weeks ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
4 weeks ago
1:59
বানপীড়িত অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
4 weeks ago
1:32
জোনাইৰ বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
6 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
7 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
7 weeks ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
7 weeks ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
2 months ago
2:53
কেন্দ্ৰই ব্ৰহ্মপুত্ৰৰ খহনীয়া বুজি নাপায়: ৰকিবুল হুছেইন
ETVBHARAT
2 months ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
2 months ago
1:53
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা
ETVBHARAT
3 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
3 months ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
4 months ago
0:41
বিহাৰৰ নতুন 'সম্ৰাট' ! ৰাজ্যপালে পাঠ কৰোৱালে শপতবাক্য
ETVBHARAT
4 months ago
Comments