Skip to playerSkip to main content
  • 2 days ago
বঢ়মপুৰ : নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত চানখোলা গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ ৷ জানিব পৰা মতে, বিগত কিছুদিন ধৰি চানখোলা, লুটুমাৰী, জুৰিপাৰ অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে । শনিবাৰে নিশা হাতীৰ এটা জাকে চানখোলা গাঁৱত প্ৰৱেশ কৰি চালেহা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰ ভাঙি দিয়ে ৷ লগতে হাতীৰ জাকটোৱে ঘৰৰ ভিতৰত থকা ধান খায়ো অনিষ্ট কৰে ৷বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ সৈতে বসবাস কৰা অকলশৰীয়া মহিলাগৰাকীয়ে বন বিভাগক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।গাঁওখনৰ ৰাজিবুল ইছলাম নামৰ ব্যক্তিজনে কয়, "মাজনিশা বনৰীয়া হাতীৰ এটা জাক আহিছিল ৷ মহিলাগৰাকীৰ ঘৰৰ বেৰ ভাঙি ধান খায় অনিষ্ট কৰে হাতীৰ জাকটোৱে ৷ ল'ৰা নাই,মা-জীয়েক থাকে । জীয়েক জনী বিশেষভাবে সক্ষম ৷ দুখীয়া পৰিয়ালটোক বনবিভাগৰ তৰফৰ পৰা সহায় কৰিলৈ আহ্বান কৰিছো ৷"লগতে পঢ়ক :পথাৰেই অসমীয়াৰ প্ৰাণ : ধোপগুৰিত পৰম্পৰা আৰু সমন্বয়ৰ অপূৰ্ব ভূঁই ৰোৱা পৰ্ব

Category

🗞
News
Transcript
00:00My name is Kattamani.
00:01My name is text from the Kattamani.
00:04I have been eating a lot of water for 10 years.
00:07My name is Kattamani.
00:12My name is Kattamani.
00:14My name is Kattamani.
00:22Now, there are many works of Kattamani.
00:26My name is Kattamani.
00:28My name is Kattamani.
Comments

Recommended