Skip to playerSkip to main content
  • 1 week ago
ধেমাজি : পুনৰ বৃদ্ধি পালে জীয়াঢল নদীৰ জলস্তৰ । কেমেৰা সন্মুখতে পানীত উভালি পৰিল বৈদ্যুতিক পৰিবাহী তাঁৰৰ খুঁটা ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পুনৰ বৃদ্ধি পাইছে জীয়াঢল নদীৰ জলস্তৰ । শনিবাৰৰ পৰা জীয়াঢল নদীৰ জলস্তৰ ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত ধেমাজিৰ বালিচাপৰি, কমলপুৰ, ধৰ্মপুৰ অঞ্চলৰ ৪৪টা পৰিয়ালৰ মুঠ ১৫৮গৰাকী লোক বানৰ কবলত পৰিছে ৷ইফালে অনিমা হাজৰিকা নামৰ বৃদ্ধাগৰাকী পকী বাসগৃহটো জীয়াঢলৰ বাঢ়নী পানীয়ে খহাই নিয়ে । দেওবাৰে পুৱা পানী কমিছিল যদিও দুপৰীয়াপৰা পুনৰ জীয়াঢল নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লৈছে ধেমাজিত । যাৰ বাবে কেমেৰাৰ সন্মুখতে উচ্চ বিদ্যুতৰ পৰিবাহী তাঁৰৰ খুঁটাও উভালি পৰে পানীত ৷ অৱশ্যে সেই সময়ত বিদ্যুত সেৱা কৰ্তন কৰাৰ বাবে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী ৷লগতে পঢ়ক : বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে মহানগৰীৰ ৰাজপথত গৰিমা শইকীয়া গাৰ্গসহ সুৰ বাহিনী

Category

🗞
News
Transcript
00:00I don't know how to put a job on my own, but it is not a job.
00:04We can't get a job on this.
00:05We have a job at that.
00:08We have a job on our job.
00:12We have a job on the job on the job.
00:15We have a job on our job on our job.
00:21This has been a job on our job.
00:25We have a job on our job.
00:27I want to make a job on our job.
00:28So today we are going to be able to do this work.
00:37We are not going to be able to do this work.
00:42We are going to be able to do this work.
00:49I don't think there's a water in the morning.
00:55There's just a water in the morning.
00:57And when there's a water in the morning,
01:06there are some water in the morning.
01:09So, I don't know if it's a water in the morning,
01:10Then I can see that there's a river in the morning.
01:14It has been happened to the south.
01:22It has been happened to the south.
01:31There is a lot of disaster.
01:35It has been happened since the south.
01:37This war has been from the south.
01:38It has been a lot of Gazum God's reported.
01:39The first thing is getting the opportunity for the south .
01:41The city of Hukum is the only one who is in the city of Hukum.
01:54The city of Hukum is the only one who is in the city of Hukum.
02:11foreign
Comments

Recommended