Skip to playerSkip to main content
  • 19 minutes ago
চামগুৰি : নগাঁৱৰ উৰিয়াগাঁৱৰ এখন ৰেস্তোঁৰাত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । যি সময়ত ইন্ধনৰ নাটনিৰ বাবে সাধাৰণ গ্ৰাহকে ঘৰুৱা চিলিণ্ডাৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে, সেইসময়তে বাণিজ্যিক চিলিণ্ডাৰৰ পৰিৱৰ্তে ৰেস্তোঁৰাখনে ব্যৱহাৰ কৰি আহিছে ঘৰুৱা চিলিণ্ডাৰ ।এই ৰেস্তোঁৰাখনত সাংবাদিক উপস্থিত হোৱাৰ লগে লগে ঘৰুৱা চিলিণ্ডাৰ লৈ পলায়ন কৰে ইয়াৰ কৰ্মচাৰীয়ে । সাংবাদিকৰ কেমেৰা দেখিহে কৰ্মচাৰীয়ে ভিতৰৰ পৰা উলিয়াই আনিলে বাণিজ্যিক চিলিণ্ডাৰ ।  চৰকাৰ প্ৰশাসনে ঘৰুৱা চিলিণ্ডাৰ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এইসমূহ হোটেল, ৰেস্তোঁৰাই কেনেকৈ মুকলিকৈ ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আহিছে তাক লৈ ৰাইজৰ মাজত চলিছে চৰ্চা । এইক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে এইবোৰ হোটেল ৰেস্তোঁৰাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় বিষয় ।লগতে পঢ়ক:পুনৰ মহঙা হ’ল বাণিজ্যিক চিলিণ্ডাৰ, গুৱাহাটীত ১৯ কিলোগ্ৰাম ওজনৰ এটা চিলিণ্ডাৰৰৰ মূল্য ৩,৩৪৭ টকাকলগাছিয়াত ৰন্ধন গেছৰ ক’লা ব্যৱসায়: চক্ৰ বিষয়া আৰু যোগান বিভাগৰ যৌথ অভিযানত ১১০ জব্দ চিলিণ্ডাৰ 

Category

🗞
News
Transcript
00:14As you can see, the
00:16building was closed for the
00:17building.
00:18I had no idea.
00:21I had no idea, no one did
00:24my idea was I have no idea.
00:26My idea is that I have the
00:27idea of the living room.
00:29I have no idea.
00:29so
01:01There's a lot of people who have lived in the city.
01:06They're here.
01:08They're here.
01:09They're here.
01:10They're here.
01:12They're here.
01:12They're here.
01:33Oh
01:55Where are we going to be?
01:58What is happening?
02:00I'm here.
02:01I'm here.
02:02How did we go to the waterfront?
02:05We are in waterfront.
02:07What do we go to the waterfront?
02:07What's happening?
02:10I'll just start.
02:11Why are you there?
02:11I'm not here.
02:11I don't want to understand.
02:12Thank you very much.
Comments

Recommended