Skip to playerSkip to main content
  • 9 hours ago
যোৰহাট : যোৰহাটৰ তিতাবৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে । কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীৰ মৃত্যু হয় । ন-আলি দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহৰ সমীপত এই কৰুণ ঘটনাটো সংঘটিত হয় । মৃত কৰ্মচাৰীজন বাগদিয়াৰ মহাবীৰ কুৰ্মী বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ১১ হাজাৰ ভল্টৰ লাইনৰ মেৰামতি কাম কৰি আছিল কৰ্মচাৰীজনে । সেই সময়তে অসাৱধানতাৰে তেওঁ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে । এই ঘটনাই সমগ্ৰ অঞ্চলৰ লগতে তিতাবৰ সংমণ্ডলত শোকৰ ছাঁ পেলাইছে । এই ঘটনা সন্দৰ্ভত তিতাবৰ সংমণ্ডলৰ সংমণ্ডল বিষয়াই কয়, "আজি যিটো ঘটনা হৈছে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ । এই ৰিপ'ৰ্ট আহিছিল ৫.৩০ বজাত । ৰঙাজান ফিটাৰত ফল্ট আছিল । নিশাৰে পৰা এটা দলে কাম কৰি আছিল যদিও অৱশেষত দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহ নিচেই কাষত ফল্ট বিচাৰি পাইছিল । সেই সময়ত ১১ হাজাৰ ফল্টৰ লাইনৰ সংযোগ বন্ধ নকৰাৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।"লগতে পঢ়ক :কোনে কয় গুৱাহাটী স্মাৰ্ট চিটী ? এৰাতিৰ বৰষুণতে নাঙঠ হৈ গ'ল উৰণসেতুৰ মহানগৰী

Category

🗞
News
Transcript
00:01I
00:02I
00:03I
00:04I
00:04I
00:04I
00:21I
00:22I
00:22I
00:22I
00:23I
00:25I
00:26I
00:27I
00:28I
00:28I
00:28We have to restore the line.
00:34We have to restore the line.
00:35We have to restore the line.
00:36We have to restore the line.
00:47It is actually composite.
00:50We have to restore the line.
00:55If we have a son of a son, we have to restore the line.
01:03We have to restore the line.
01:11For one at once I sent myselfты to run.
01:14Tomorrow I told myselfты, so many times I will turn for a
01:21block is a fine line.
01:24I found my fault was up off, from running theカンタ responsibilities.
01:35It was overall thought of myself Wie Step 2 was to take my surrender for .
01:36So I was telling you what was it after the yesence ring we mark.
01:40we have arrived, we have got it.
01:42We were walking in to our house so that we were in our house.
01:46We made it.
01:47We made it during the pandemic.
Comments

Recommended