Skip to playerSkip to main content
  • 11 hours ago
যোৰহাট: অপৰিৱৰ্তিত হৈয়ে আছে টীয়ক, মৰিয়নীৰ বান পৰিস্থিতি ৷ টীয়ক, মৰিয়নী, যোৰহাট, তিতাবৰ সমষ্টিৰ মুঠ ৫ টা ৰাজহ চক্ৰৰ ৬০০ খন ৰাজহ গাঁৱৰ ১৭৯ খন গাওঁ বানৰ কৱলত পৰিছে । যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে কয়,"জিলাখনত মুঠ ১৯ টা প্ৰশাসনে স্থাপন কৰা শিৱিৰত ৫,৮০০ লোকে বৰ্তমানো আশ্ৰয় লৈ থকাৰ বিপৰীতে নিজৰ সুবিধা অনুসৰি আশ্ৰয় শিৱিৰ স্থাপন কৰি আছে প্ৰায় ৬২,০০০ লোকে ৷"জিলা আয়ুক্তগৰাকীয়ে লগতে কয়,"ঘৰ-দুৱাৰ, সা-সম্পত্তি, কৃষি পথাৰ আদিৰ ক্ষয়-ক্ষতিৰ জৰীপ ইতিমধ্যে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ জৰিয়তে চলাই থকা হৈছে । বানত যোৰহাট জিলাখনৰ টীয়ক আৰু মৰিয়নী সমষ্টি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । প্ৰলয়ংকৰী বানত ৮৭,০০০ পশুধন আক্ৰান্ত হৈছে ৷"ইফালে জাঁজী নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱাত আকৌ প্লাৱিত হৈছে অঞ্চলসূমহ । বনাই ধনটোলাৰ ভগ্ন মথাউৰিৰে এতিয়াও হোৰাহোৰে পানী সোমাই আছে আৰু ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰপাৰৰ বৃহৎ অঞ্চল বৰ্তমানো জলমগ্ন হৈ আছে ৷লগতে পঢ়ক:দুৰ্বিষহ জীৱন কটাইছে উত্তৰ-পশ্চিম যোৰহাটৰ বন্যাৰ্ত ৰাইজে, সহায়ৰ হাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

Category

🗞
News
Transcript
00:00foreign
00:10foreign
00:11foreign
00:11foreign
00:11foreign
00:20foreign
00:22foreign
00:22I am a number of villages are about 177 villages
00:27I am a district of total price so far villages are about 177 village effect
00:42foreign
00:50foreign
01:36Thank you very much.
01:48Thank you very much.
Comments

Recommended