Skip to playerSkip to main content
  • 6 days ago
জোনাই : জোনাইত অঘটন । বিদ্যুতৰ খুঁটা ভাঙি পৰাত এটি শিশু আহত হয় ৷ ঘটনাটোত দুবছৰীয়া চিৰু পেগু নামৰ শিশুটো আহত হয় ৷ ঘটনা অনুসৰি, শনিবাৰে হোৱা বিধ্বংসী ধুমুহাৰ ফলত জোনাইৰ লিচাং গাঁৱত এটা পকী বিদ্যুতৰ খুঁটা হাউলি আছিল ৷  এই বিষয়ে স্থানীয় ৰাইজে জোনাই বিদ্যুৎ বিভাগক অৱগত কৰি খুঁটাটো শীঘ্ৰে মেৰামতি কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।ফলস্বৰূপে দেওবাৰে দুপৰীয়া ধুমুহাত ক্ষতিগ্ৰস্ত বিদ্যুতৰ খুঁটাটো হঠাৎ ভাঙি পৰে । খুঁটাটো ভাঙি পৰাত শচীন পেগুৰ ঘৰৰ চোতালত থকা আন এটা লোহাৰ বিদ্যুতৰ খুঁটাও ভাঙি পৰে ৷ ফলত চোতালতে খেলি থকা শচীন পেগুৰ পুত্ৰ চিৰু পেগু নামৰ শিশুটো আঘাতপ্ৰাপ্ত হয়। জোনাই বিদ্যুৎ বিভাগৰ গাফলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ আহত শিশুটোক সংকটজনক অৱস্থাত ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । লগতে পঢ়ক:ধুবুৰীৰ এক প্ৰাচীন শিৱ মন্দিৰ, য'ত আছে বহু ইতিহাস বিজৰিত কাহিনী

Category

🗞
News
Transcript
00:00foreign
00:11foreign
00:18foreign
00:430
00:430
00:440
00:450
00:470
00:490
00:510
00:510
00:52My wife had to go to the hospital and put the hospital in the hospital.
00:58The hospital takes me to the hospital and put the hospital on the hospital.
01:02We had to receive the hospital and we couldn't complete the hospital.
01:14we do before a do both do I say I'm both down or do I don't go to not do
01:19no
01:19daughter I got a me motel is late at about was a decision at a dose at a
01:24business night and I was told you a colleague a do how what do you know how
01:31this is a that of common Beno is the hippos to the best of when Beno are
01:36gonna am a lover to talk on a a motel is you know to jolly a jolly phone
01:43foreign
01:54foreign
02:11Correct, I have been listening to this.
02:18We didn't see any new or two of us in this area.
02:26We don't know how we really could you hear the Saudis here.
02:28We can hear the Saudis here and we can hear the Saudis here.
02:37is
02:46foreign
02:47foreign
Comments

Recommended