Skip to playerSkip to main content
  • 2 hours ago
ডিব্ৰুগড়: শনিবাৰে ডিব্ৰুগড়ৰ আদালতৰ চৌহদত এক নোহোৱা-নোপজা ঘটনা সংঘটিত হ'ল । অধিবক্তাক প্ৰহাৰ কৰিলে আচামীয়ে ৷ ঘটনা বিৱৰণি অনুসৰি, ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেশৰীয়ে গামা পাছোৱান নামৰ আচামীয়ে প্ৰহাৰ কৰে ৷ উল্লেখ্য যে আদালতত আচামী গামাৰ হৈ আইনী যুঁজ দিছিল জ্যেষ্ঠ অধিবক্তা কেশৰীয়ে ৷ সেইজন অধিবক্তাকেই গামা পাছোৱান নামৰ আচামীয়ে প্ৰহাৰ কৰে লগতে জ্যেষ্ঠ অধিবক্তা ৰাজেশৰ সহযোগী অধিবক্তাকো আক্ৰমণ কৰে ৷ এই ঘটনাত গুৰুতৰভাবে আহত হয় জ্যেষ্ঠ অধিবক্তাগৰাকী ৷এই ঘটনাৰ পাছতে আদালতৰ চৌহদত উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয় । ইফালে, ভুক্তভোগী অধিবক্তাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে মূল অভিযুক্ত গামা পাছোৱানসহ দুজনক গ্ৰেপ্তাৰ কৰিছে ৷ কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই ৷ঘটনাৰ সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ অধিবক্তাই কয়, "ৰাজেশ কেশৰীয়ে নিজৰ আচামীৰ সৈতে কথা পাতি থাকোতে তেওঁক হঠাৎ আক্ৰমণ কৰে । ফলত অধিবক্তগৰাকী আহত হৈছে ৷ অধিবক্তা হিচাপে ইউনিফৰ্মত থকা অৱস্থাত তেওঁক আক্ৰমণ কৰা হৈছে । অধিবক্তাক আক্ৰমণ কৰাটো অতি দুৰ্ভাগ্যজনক ঘটনা ।"লগত পঢ়ক:ভাৰতৰ ৪৫ শতাংশ চিকাৰী চৰাইৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Category

🗞
News
Transcript
00:00Mr. Durasal, I am very proud of you, Mr. Rajesh Kishri is a client who is very proud of you.
00:13I am very proud of you, and I am very proud of you.
00:16I am very proud of you, and I am very proud of you.
00:29I am very proud of you and I will be proud of you.
00:36I am very proud of you, and
01:00I can't believe this.
01:04I know.
01:05I was held in my country.
01:08I have been working with my father.
01:11I have been working with him.
01:12My father is the same person.
Comments

Recommended