Skip to playerSkip to main content
  • 13 hours ago
গোলাঘাট : সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিতো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । বোকাখাত সমষ্টিৰ অগপ প্ৰাৰ্থী তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । নামঘৰত সেৱা লৈ জাতীয় সাজ পৰিধান কৰি সাধাৰণ ভোটাৰৰ লগত শাৰী পাতি থিয় হৈ ভোটাধিকাৰ সাব্যস্ত কৰে অতুল বৰাই । পত্নী, কন্যাৰ সৈতে ভোটদান কৰে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ।ভোটাধিকাৰ সাব্যস্ত কৰি অতুল বৰাই কয়, "আজিৰ এই দিনটোৰ বাবে সমগ্ৰ ৰাজ্যবাসীৰ লগতে আমিও অপেক্ষা কৰি আছিলোঁ । নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ তিনি মাহ আগৰে পৰা প্ৰস্তুতি চলাই আছিলোঁ । আজিৰ দিনটোত মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ । গণতন্ত্ৰৰ এই উৎসৱত সমগ্ৰ অসমৰ লগতে বোকাখাত সমষ্টিৰ ভোটাৰ ৰাইজে পোৱাৰ পৰাই ভোট দিবলৈ শাৰী পাতিছে । ৰাজনৈতিকভাৱে বোকাখাত সমষ্টিৰ ৰাইজে সচেতন । গতিকে এইবাৰ ভোটদানৰ সংখ্যা বৃদ্ধি হ'ব । মই সমগ্ৰ অসমৰ ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছোঁ ।"উল্লেখ্য যে ১,৬৪,৫৯০ ভোটাৰ থকা বোকাখাত সমষ্টিত ৭৯,৯২৩ জন পুৰুষ ভোটাৰ, ৮৪,৬৬৬ গৰাকী মহিলা ভোটাৰ আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ । লগতে পঢ়ক :তামুলপুৰত সংঘটিত নিৰ্বাচনী হিংসাক গৰিহণা প্ৰমোদ বড়োৰ, উচিত বিচাৰৰ দাবী

Category

🗞
News
Transcript
00:00But the result was not a case of Nibisana.
00:09The Nibisana is a part of the Nibisana.
00:14The idea of Nibisana would be in the present.
00:16At the time, the Nibisana had to be Dibisana.
00:31Thank you for listening and thank you for joining us.
00:34I was talking with a group of people who were talking about this and they were talking about the same
00:38thing.
00:39And I was just saying that it was a few times when they were talking about the same thing.
00:44I was saying that they were talking about the same thing, but I have to tell them it's not true.
00:53I was saying that it's not true.
00:59that's why it's not in the process.
01:02So how do we get a message?
01:04I can't do that.
01:06I can't do it.
01:07I can't do it.
01:08I can't do it.
01:10I can't do it.
01:11I can't do it.
Comments

Recommended