Skip to playerSkip to main content
  • 4 months ago
নলবাৰী: শেহতীয়াকৈ সংসদত উত্থাপন কৰা মহিলা আসন সংৰক্ষণ বিধেয়কখন সন্দৰ্ভত বিৰোধীৰ যি ভূমিকা, তাক লৈ দেশজুৰি বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ শুকুৰবাৰে নলবাৰীত এনডিএৰ নেতাই 'মহিলা আক্ৰোশ' শীৰ্ষক এক সংবাদমেল সম্বোধন কৰে ৷ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয়, নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্য, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা, কুলদ্বীপ কলিতা উপস্থিত থকা সংবাদমেল সম্বোধন কৰে এনডিএৰ মহিলা নেতৃত্ববৃন্দই ৷ এই সন্দৰ্ভত বিজেপি নেত্ৰী পূৰবী ৰয়ে কয়, "কংগ্ৰেছসহ বিৰোধী দলসমূহে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি অতি গৰিহণাযোগ্য । এয়াই নাৰী শক্তিক চৰম অপমান কৰিছে । সংবিধানে সম অধিকাৰ আৰু সম মৰ্যাদা দিয়াৰ পিছতো মহিলাই ৰাজনৈতিক দিশত সম অধিকাৰ নোপোৱাটো অতি দুখৰ বিষয় । মহিলাসকলক সন্মান জনাই ৰাজনৈতিক দিশত মহিলাসকলৰ আসন সংৰক্ষণৰ বাবে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক-২০২৬ গৃহীত কৰিব বিচাৰিছিল । কিন্তু কংগ্ৰেছ লগতে বিৰোধী দলসমূহে বিধেয়কখন বিৰোধিতা কৰি সমগ্ৰ নাৰীজাতিক অপমান কৰিছে ।লগতে পঢ়ক:গুৱাহাটীৰ কৃত্রিম বানপানীৰ বাবে জগৰীয়া কোন ? ক'লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে

Category

🗞
News
Transcript
00:00The reservation system is very important.
00:04The reservation system is very important.
00:10If you have a lot of time, you can't do it.
00:15But if you have a lot of time, you can't do it.
00:21The health of our country is about 10% in the country.
00:26So we have to do a lot of the health of our country.
00:28It's not a lot of the health.
00:30How much of our country has been?
00:3712%.
00:38We've got 15% of our country with our country.
00:42The country has been 15%.
00:45the resurrection system can still pass on the King definition.
00:56In the case of the новости, a紀 Ellis state has been using its own app worse.land.
01:00But,
01:01now all the Indianans are Mulan,
01:07If you have a lot of people who have a lot of people who are now in the country,
01:10it is not the only one who has a lot of people who have a lot of people who have
01:15a lot of people.
01:18However, you cannot have a lot of people who are already there,
01:23we are just 15 percent.
01:24We have a lot of people who are already there.
01:29specialism, so the reservation systems will be taken.
01:36The reservation system is not been passed, it is not necessary for all.
01:48This standards, many people have the parents.
01:52They don't think in India.
01:53We're all about the most at our country,
01:57we're all about the most at our common meeting.
01:58That's how I've been meeting hundreds of disabilities,
02:00so I'm going to jump to twenty percent as everybody has to sing.
02:15Thank you very much.
Comments

Recommended