Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
প্ৰদ্যুৎ-জয়ন্তৰ আলিংগন, দিছপুৰত মানৱীয়তাৰ ৰাজনীতি
4 months ago
গুৱাহাটী: নিৰ্বাচনী বতৰত গুৱাহাটীৰ দিছপুৰ সমষ্টিত ব্যতিক্ৰমী দৃশ্য দেখা গ'ল । নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখামুখি হ'ল সমষ্টিটোৰ দুই প্ৰতিদ্বন্দ্বী । এফালে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিয়ে টিকট লাভ কৰা প্ৰদ্যুৎ বৰদলৈ আৰু আনফালে বৰদলৈক টিকট দিয়াত বিদ্ৰোহ প্ৰদৰ্শন কৰি বিজেপি এৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জয়ন্ত কুমাৰ দাস । দুয়োগৰাকী নেতা মুখামুখি হৈয়ে কৰমৰ্দন কৰিলে । কেৱল এয়াই নহয় ৰাজনৈতিক মতবিৰোধ একাষৰীয়া কৰি তেওঁলোকে আলিংগনো কৰিলে । এই দৃশ্য দেখি অভিভূত দিছপুৰবাসী ।সেই মুহূৰ্তত বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মই আপোনাৰ কাৰণে ৰৈ আছোঁ, হেণ্ডচেকটো কৰিব পাৰোঁ । আমি প্ৰথমতে মানুহ । আমি একেলগে সহাৱস্থান কৰিব লাগিব । মতৰ বিৰোধ হ'ব পাৰে মনৰ বিৰোধ হ'ব নালাগে । আনহাতে প্ৰতিটো সময়তে বিজেপি আৰু প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰা জয়ন্ত কুমাৰ দাসেও নৰম সুৰত ক'লে, "মই ইয়ালৈ আহিছিলোঁ । তেওঁক দেখা পালোঁ । মানৱীয়তাৰ কথা আছে, ভদ্ৰতাৰ কথা আছে । সেইখিনি শিষ্টাচাৰ আমাৰ আছে ।লগতে পঢ়ক :'জুবিনক্ষেত্ৰ' গঢ়া হ'ব বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰৰূপে, কংগ্ৰেছ নেতাৰ ডাঙৰ প্ৰতিশ্ৰুতি
Category
🗞
News
Transcript
Display full video transcript
00:00
I thought it was not good, so I hated it.
00:02
It was a beautiful place.
00:13
I was very proud of myself.
00:25
My name is Manu.
Show less
Comments
Add your comment
Recommended
3:35
|
Up next
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
2 weeks ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
2 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
2 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 weeks ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
5 weeks ago
3:07
જૂનાગઢમાં વિદેશ અભ્યાસના નામે 70 લાખની છેતરપિંડી: ઓસ્ટ્રેલિયા સ્ટુડન્ટ વિઝાના એજન્ટ સામે પોલીસ ફરિયાદ
ETVBHARAT
1 hour ago
5:11
आर्थिक तनाव-बीमार रिश्तों की जकड़न 'हत्याओं' का कारण; जानें एक्सपर्ट क्या दे रहे सलाह
ETVBHARAT
1 hour ago
3:11
ਜੱਗਾ ਫੂਕੀਵਾਲ ਗੈਂਗ ਦਾ ਮੁੱਖ ਸ਼ੂਟਰ ਗ੍ਰਿਫ਼ਤਾਰ, ਫਿਰੌਤੀ ਨਾ ਦੇਣ 'ਤੇ ਚਲਾਈਆਂ ਸੀ ਗੋਲੀਆਂ
ETVBHARAT
2 hours ago
2:16
बिलासपुर सेंट्रल जेल में कैदी की मौत: खाना बनाने के दौरान गैसीफायर प्लांट में लगाई छलांग, डबल मर्डर में आजीवन कारावास, 10 साल की काट चुका था सजा
ETVBHARAT
2 hours ago
1:38
দুর্যোগের ঘনঘটা উত্তরে, একাধিক জেলায় কমলা সতর্কতা; বিক্ষিপ্ত বৃষ্টিতে ভিজবে দক্ষিণবঙ্গও
ETVBHARAT
2 hours ago
0:49
প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই
ETVBHARAT
5 weeks ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
5 weeks ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
5 weeks ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
5 weeks ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
5 weeks ago
1:58
বালিজুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত চাহ বাগিচাৰ শ্ৰমিক
ETVBHARAT
5 weeks ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
5 weeks ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
6 weeks ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
7 weeks ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
7 weeks ago
3:19
বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: মনেশ্বৰ ব্ৰহ্ম
ETVBHARAT
3 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
3 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
3 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
4 months ago
Comments